“শিক্ষামন্ত্ৰীয়ে আমাক ব্লেইকমেলিং কৰিছে” এই মন্তব্য নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ।প্ৰধান শিক্ষক পদ সৃষ্টি দাবীৰে আজি নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত আন্দোলন কাৰ্য্যসূচী গ্ৰহণ নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ। আজি নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত আন্দোলন কাৰ্য্যসূচী গ্ৰহণ নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। নাজিৰা শিক্ষাখণ্ডৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত
Month: July 2023
ইখনৰ পিছত সিখন আৰক্ষী থানাত গোচৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে । এইবাৰ ৰঙিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল । ৰঙিয়াত আজি এজাহাৰ দাখিল কৰিলে ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিঞা জনগোষ্ঠী ক্লিন কৰি দিম বুলি মন্তব্য দিছিল । মিঞাই পাচলিৰ দাম বঢ়াইছে, পাচলিৰ দাম
■বৰক্ষেত্ৰী লাৰকুছিত ব্ৰহ্মপুত্ৰৰ মথাউৰি সংকটত । ■যিকোনো মহূৰ্তত চিঙিব পাৰে মথাউৰি। ■নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ পেৰাধৰা লাৰকুচিত ভগ্নপ্ৰায় মথাউৰিক লৈ আতংকিত হৈ পৰিছে হেজাৰ হেজাৰ লোক। ■মথাউৰিৰ গৰাখহনীয়াৰ ফলত জাহ গ’ল বাসগৃহ-মথাউৰি৷ ■উল্লেখ্য যে জলসম্পদ বিভাগৰ অভিযন্তা ঠিকাদাৰৰ হেমাহিৰ ফলতেই বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে স্থানীয় লোকসকলে। ■খহনীয়াস্থলীত বৰক্ষেত্ৰী
ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক। চুলুং আৰক্ষী তহলদাৰি চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দেৱ নাথ ৰ নেতৃত্বত এটা দলে এক গোপন সুত্ৰৰ পম খেদি ২৮টা কন্টেনাৰ, এখন স্কুটিসহ ১নং বৰঘূলী আব্দুল শ্বাহিদ নামৰ ব্যক্তি জনক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কৰা স্কুটি খনৰ নম্বৰ হল AS -12- AF- 1524। সৰবৰাহ
গোৱালপাৰা জিলাৰ শিমলীতোলা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰত আজি জিলা বন প্ৰাধিকাৰী তেজস্বী মোস্বামীৰ নিৰ্দেশ মৰ্মে এক অতৰ্কিত অভিযান চলে আৰু এই অভিযানত অবৈধ কাঠমিল এটা উচ্ছেদৰ উপৰি কেবালাখ টকা মূল্যৰ মূল্যবান গছৰ কুণ্ডা আৰু ফলা কাঠ জব্দ কৰে বন বিভাগৰ অভিযানকাৰী দলটিয়ে |ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া খলিলুৰ ৰহমানৰ