এজাক বৰষুণ দিলে কামৰূপ মহানগৰ জিলাৰ যোৰাবাটত সৃষ্টি হয় কৃত্ৰিম বানৰ । যাৰ ফলত জিয়াতু ভুগিব লগা হয় সাধাৰণ জনতাই । কেইবাখনো বাহন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পানীত বুৰ যোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা গৈছে তীব্ৰ যান- জটৰ । বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ যান বাহনসমূহ । এজাক
Month: July 2023
তেজপুৰত জনতাৰ ৰোষত পৰিল এজন আৰক্ষী বিষয়া৷ হোৱাটছ এপত এগৰাকী যুৱতীক অশ্লীল মেছেজ প্ৰেৰণৰ অভিযোগত ৰাজপথতে ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হ’ল আৰক্ষী বিষয়াগৰাকী৷ উল্লেখ্য যে তেজপুৰ আৰক্ষী চাউনিত সশস্ত্ৰ পৰিদৰ্শকৰূপে কৰ্মৰত লোহিত ৰাজবংশী নামৰ আৰক্ষী বিষয়াজনে তেজপুৰৰ বৰুৱাচুবুৰীত ঘৰ সাজি থাকিবলৈ লোৱাৰ সুবাদতে পৰিচিত এগৰাকী যুৱতীলৈ প্ৰেৰণ
ৰাজ্যত অব্যাহত আছে চোৰাং গো সৰবৰাহ । আজি সোণাপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ লালমাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে এখন বাহন । তিনিচুকীয়াৰ পৰা বৰ্ণিহাটৰ বজাৰলৈ সৰবৰাহ কৰি লৈ গৈ আছিল কন্তেইনাৰ বাহনখন । প্ৰায় ৩০ টাকৈ গো ধন কঢ়িয়াই অনা বাহন খনৰ নম্বৰ UP 21
বিগত কেইবাদিন ধৰি দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড। আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি দেশত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। এনেবোৰ ঘটনাৰ মাজতে ৰাজস্থানৰ কৰৌল জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনাৰ । ৰাজস্থানৰ কৰৌলত পোহৰলৈ আহিছে আহিছে এক ধৰ্ষণ আৰু
মিঞাৰ দৰে কষ্ট কৰিব পাৰিব নেকি অসমীয়া ল’ৰাই? আজমলৰ প্ৰশ্ন