Month: July 2023

সমষ্টি পুননির্ধাৰণৰ খচৰাক আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ

সমষ্টি পুননির্ধাৰণৰ খচৰাক আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ

ভাৰতীয় নির্বাচন আয়োগে প্রকাশ কৰা খচৰাক লৈ অৱশেষত নিজৰ স্থিতি সদৰী কৰিলে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই। ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি যোৱা ২০ জুনত প্ৰকাশ পোৱা খচৰাখনক আদৰণি জনাইছে। লগতে আছুৰ তৰফৰ পৰা কেতবোৰ সংশোধনীৰ প্ৰস্তাৱ দিছে। ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি

চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এগৰাকী অসমীয়াই

চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এগৰাকী অসমীয়াই

ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( ইছৰ’)। অহা ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৩খন। পিছে এই অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এজন অসমীয়া অভিযান্ত্রিক বিজ্ঞানীয়ে। তেওঁ হ’ল অভিযান্ত্রিক বিজ্ঞানী চয়ন দত্ত। দত্তই বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ

কেবিনেট বৈঠকত সিদ্ধান্ত : অ’বি চিৰ বাবে সংৰক্ষিত আসন ২৭ শতাংশলৈ বৃদ্ধি

কেবিনেট বৈঠকত সিদ্ধান্ত : অ’বি চিৰ বাবে সংৰক্ষিত আসন ২৭ শতাংশলৈ বৃদ্ধি

জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন। বুধবাৰে সংবাদমেল সম্বোধন কৰে কেবিনেট মন্ত্ৰী ৰণোজ পেগু আৰু কেশৱ মহন্তই। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত লোৱা হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত অ’বি চিৰ বাবে সংৰক্ষিত ১৫ শতাংশ আসন ২৭%লৈ বৃদ্ধি কৰা হয়। ইয়াৰোপৰি অসমত হ’ব মহাত্মা গান্ধী আন্তঃৰাষ্ট্রীয় হিন্দী

“দাম বৃদ্ধি হৈছে কিন্তু অন্য ৰাজ্যৰ তুলনাত অসমত বহু সামগ্ৰীৰ দাম কম।”-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

“দাম বৃদ্ধি হৈছে কিন্তু অন্য ৰাজ্যৰ তুলনাত অসমত বহু সামগ্ৰীৰ দাম কম।”-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে সামগ্ৰীৰ দাম বৃদ্ধিৰ কথা।’দাম বৃদ্ধি হৈছে কিন্তু অন্য ৰাজ্যৰ তুলনাত অসমত বহু সামগ্ৰীৰ দাম কম’। মূল্যবৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। লগতে তেওঁ কয় ‘কিছুমান সমস্যা সমাধান কৰিব পৰাকৈ মোৰ হাতত একো নাথাকে।’ দাম বৃদ্ধি হৈছে একপ্ৰকাৰে এই কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ। শীঘ্ৰেই মূল্যবৃদ্ধি প্ৰসংগত ব্যৱস্থা