শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ভাল নহ’লে বা সঘনাই টোপনি ভাগিলে স্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে৷ ফলত, বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বহুতৰে আকৌ ৰাতি সঘনাই টোপনি ভাগে৷ ফলত পিছদিনা মূৰৰ বিষ আৰু শৰীৰ অৱশ লাগে৷ বৰ্তমান সময়ত প্ৰায়ভাগৰে অনিয়মীয়া জীৱন-যাপনৰ প্ৰৱণতা বাঢ়িছে৷ বহুতেই সময়মতে খোৱা, শোৱা
Month: July 2023
সাধাৰণতে পুৱাৰ আহাৰৰ তালিকাত বহুতে এটাকৈ কণী খোৱাটো পছন্দ কৰে৷ কণীৰ কুহুমত প্ৰচুৰ পৰিমাণে কলেষ্টৰেল থাকে৷ যাৰ বাবে মাত্ৰাধিক কণী খালে কলেষ্টৰেল বৃদ্ধি পাব পাৰে বুলি বহুতেই কণী খোৱাৰ পৰাও বিৰত থাকে৷ বহুতৰে ধাৰণা কণীত থকা কলেষ্টৰেল হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক৷ কিন্তু এই বিষয়ে হোৱা গৱেষণাত প্ৰকাশ পোৱা মতে কণী হৃদযন্ত্ৰৰ
আমক ফলৰ ৰজা বুলি গণ্য কৰা হয়৷ আম সকলোৰে বাবে এটি প্ৰিয় ফল৷ আমত প্ৰচুৰ পৰিমাণে পুষ্টি গুণ থাকে বুলি সকলোৱে জানি যদিও আমৰ গুটিৰ পৰাও যে অনেক সুফল পাব পাৰি সেই বিষয়েও বেছি ভাগৰে ধাৰণা নাই৷ আমৰ দৰে ইয়াৰ গুটিতো আছে অনেক পুষ্টিকৰ উপাদান৷ সেইবাবে আম খোৱাৰ পাছত গুটিতো
কিছুমান লোক আছে যিসকলৰ বহু চেষ্টাৰ পাছতো টোপনি নাহে৷ ফলত এনে লোকসকলে টোপনিৰ ঔষধ খোৱা আৰম্ভ কৰে৷ পৰিণতিত এটা সময়ত টোপনিৰ ঔষধ হিতে বিপৰীত হয়৷ সেয়ে যদি আপোনাৰ টোপনি নহয়, তেন্তে ঔষধ খোৱা নকৰি পকা আম খাব পাৰে৷ পকা আমে টোপনি অহাত সহায় কৰে৷ সকলোৱে জানে যে আম গ্ৰীষ্মকালীন ফল৷
পাণ খাই প্ৰায়ভাগ লোকেই ভাল পায়৷ পাণত বিভিন্ন উপকাৰী গুণ থাকে৷ পিছে পাণৰ সৈতে জৰ্দা খালে ইয়াৰ উপকাৰিতা নাইকিয়া হয়৷ বৰঞ্চ জৰ্দাযুক্ত পাণে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ আনকি কৰ্কটৰ দৰে গুৰুতৰ ৰোগো হ’ব পাৰে পাণৰ সৈতে জৰ্দা খালে৷ সেয়ে জ্যেষ্ঠসকলে সদায় পাণ খোৱা দেখিলে বাধা আৰোপ কৰে৷ আচলতে পাণত