অনুজ্ঞা-পত্ৰবিহীন দোকান-পোহাৰ ছীল কৰিব GMC-এ

1 min read

🔴অনুজ্ঞা-পত্ৰবিহীন দোকান-পোহাৰ ছীল কৰিব GMC-এ
🔴কৰ ফাঁকি দিয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ GMC
🔴অনুজ্ঞা-পত্ৰ নৱীকৰণ নকৰা প্ৰতিষ্ঠানে ভৰিব লাগিব জৰিমনা
🔴ম্যাদ উকলা অনুজ্ঞা-পত্ৰ নৱীকৰণ কৰিবলৈ সময়সীমা ধাৰ্য
🔴১০ দিনৰ সময়সীমা বান্ধি দিছে GMC কৰ্তৃপক্ষই
🔴এই পৰ্যন্ত মহানগৰীত ৫০ শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নৱীকৰণ কৰা নাই অনুজ্ঞা-পত্ৰ
🔴এই তথ্য সদৰী কৰিছে GMCৰ মেয়ৰ মৃগেন শৰণীয়াই

You May Also Like

More From Author