মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই পিতৃক হত্যা পাষণ্ড পুত্ৰৰ

0 min read

🔴মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই পিতৃক হত্যা পাষণ্ড পুত্ৰৰ
🔴গোলাঘাটৰ কমাৰবন্ধাৰ ৰঙাগড়ত সংঘটিত হৈছে নৃশংস ঘটনা
🔴সুৰাৰ ৰাগীত মাতাল পুত্ৰ নৱজিৎ কৰ্মকাৰে হত্যা কৰিলে পিতৃ আশাৰাম কৰ্মকাৰক
🔴পিতৃয়ে মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবেই কোৰেৰে আক্ৰমণ
🔴কোৰৰ ঘাপত ঘৰৰ চোতালতে মৃত্যু হয় পিতৃ আশাৰাম কৰ্মকাৰৰ
🔴আশাৰাম কৰ্মকাৰৰ পত্নীৰ ভাষ্যত পোহৰলৈ আহিছে ঘটনাৰ সবিশেষ তথ্য
🔴ইতিমধ্যে হত্যাকাৰী নৱজিতক আটক কৰিছে কমাৰবন্ধা আৰক্ষীয়ে

You May Also Like

More From Author