বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

1 min read

বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । শুৱাপাটিতে এহাল দম্পত্তিক নির্মমভাৱে হত্যা কৰে কোনো অচিনাকী দুৰ্বৃত্তই ।

বিলাসীপাৰা ৰাণীগঞ্জৰ কুর্শাকাটীত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ।

দুৰ্বৃত্তই প্রাণ কাঢ়ি লোৱা দম্পতি হাল শ্বাহজামাল শ্বেখ(50)  আৰু নার্জিমা বেগম (42)

ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই ।

 

You May Also Like

More From Author