MIQS মিচেছ ইণ্ডিয়া ২০২৩ৰ খিতাপ দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গীতাঞ্জলি লহকৰে
Month: August 2023
ডুৰাণ্ড কাপত অঘটন। কোকৰাঝাৰত অনুষ্ঠিত হোৱা এখন মেচত দৰ্শকৰ চূড়ান্ত উদ্ভণ্ডালি।মেচৰ মাজতে খেলপথাৰলৈ দলিয়ালে পানী বটল, চকী আদি। ডুৰাণ্ড কাপৰ এখন মেচ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল কোকৰাঝাৰৰ ছাইৰ খেলপথাৰত। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা বড়োলেণ্ড এফ চিয়ে এই মেচখনত ইণ্ডিয়ান আৰ্মী এফ চিৰ বিৰুদ্ধে খেলিছিল।মেচখনত বড়োলেণ্ড এফ চি ইণ্ডিয়ান আৰ্মীৰ হাতত
বিহাৰৰ অৰৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বাতৰি কাকতত কৰ্মৰত সাংবাদিকক বিমল কুমাৰ যাদৱক। জানিব পৰা মতে ১৮ আগষ্টৰ পুৱাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক। দুৰ্বৃত্তই বিমল যাদৱক টোপনিৰ পৰা জগাই গুলীচালনা কৰে। যাৰ ফলত থিতাতে নিহত হয় বিমল যাদৱ।সাংবাদিক গৰাকীৰ বুকুত গুলীয়াই দুৰ্বৃত্তই।এই
মাজুলীত EYE FLUৰ ব্যাপক সংক্ৰমণ৷ EYE FLUৰ বাবে বন্ধ ঘোষণা শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন বনগাঁও৷ ৩৫০ শিক্ষাৰ্থীৰ ভিতৰত EYE FLUত আক্ৰান্ত ২০০ শিক্ষাৰ্থী৷
চানমাৰিত চিলনী চোৰৰ সন্ত্রাস। চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিলে সোণৰ চেইন। শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এই ঘটনা।চানমাৰি উৰণ সেতুৰ তলত পুৱাই সংঘটিত এই চুৰিকাণ্ড।বাইকত অহা দুই যুৱকে কাঢ়ি নিলে সোণৰ চেইন।