মঙলবাৰে পুৱাই দেৰগাঁৱৰ সমীপৱৰ্তী বৰুৱাগাঁৱৰ কাকতি চুকত সংঘটিত হয় এক কৰুণ ঘটনা । দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল অনুপম ভৰালী নামৰ এজন যুৱকৰ। প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে প্ৰতিদিনা যোৱাৰ দৰেই মঙলবাৰে পুৱাও যুৱকজনে ঘৰৰ নাতিদুৰৈৰ হাবিৰ মাজত থকা নিজৰ প্ৰকাণ্ড পুখুৰীটোত মাছৰ দানা দিবলৈ গৈছিল। হাতত আছিল এটা বৰশী।
Month: August 2023
🔵 পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা, সোণাপুৰৰ আমচিঙত সংঘটিত হৈছে এই ঘটনা 🔵 ভৰিত গুলী লাগিছে আমিৰ আলীৰ, সম্প্ৰতি GMCHত চিকিৎসাধীন চিলনী চোৰটো
কমল কুমাৰ মেধিক আপৰ পৰা নিলম্বনক লৈ কামৰূপ মহানগৰ দেৱানী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়৷ ‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিছে আদালতে ৷ ইয়াৰ পিছতে কমল কুমাৰ মেধিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – “ মই ন্যায় পালোঁ ৷ মোক বদনাম কৰিবলৈ কৰা ষড়যন্ত্ৰ ব্যৰ্থ হ’ল ৷ ৰাজনৈতিক ভাৱে
🔷 কাৰিকৰী শিক্ষানুষ্ঠানত অসমৰ ৬জনগোষ্ঠীৰ বাবে সংৰক্ষণ হ’ব আসন। 🔷 তাই আহোমৰ বাবে ১৬৪, চুতিয়াৰ বাবে ১৪৭, মৰাণৰ বাবে ১৩১, মটকৰ বাবে ১৩১ আৰু কোচ ৰাজবংশীৰ বাবে সংৰক্ষিত হ’ব ২১৩খন আসন । 🔷 ইতিমধ্যে চাহ বাগিচাৰ বাবে সংৰক্ষণ কৰা হৈছে আসন। 🔷 ১ নৱেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব
মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই অলপতে লোকসভাত উত্থাপন কৰে পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিল। এই বিলৰ সমর্থনত সাংসদগৰাকীয়ে কয় যে, অসমৰ দৰং জিলাৰ পথৰুঘাটৰ হোজা কৃষকসকলে ব্ৰিটিছ শাসকে মাটিৰ খাজনা আৰু কৰ বৃদ্ধিৰ বিৰুদ্ধে ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনা পথৰুঘটিত ব্ৰিটিছৰ বিৰুদ্ধে অহিংস নীতি অবলম্বন কৰি এক বিদ্ৰোহৰ সূচনা কৰিছিল।