স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু!

0 min read

🔴শোকাৱহ ঘটনাঃ স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু
🔴বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত এই ঘটনা
🔴পত্নী বিনীতা তাঁতীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ প্ৰতিদিনে স্বামী বাবুল নাহকে সংযোগ কৰে বিদ্যুৎ
🔴কেমেৰাৰ সন্মুখত স্বামীৰ স্বীকাৰোক্তি
🔴বিছনাৰ কাষতে সংযোগ কৰি থৈ যায় বিদ্যুৎ
🔴ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আটক কৰিছে বাবুল নাহকক

You May Also Like

More From Author