ৰাষ্ট্ৰীয় সৌন্দর্য প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউন্ডৰ বাবে নিৰ্বাচিত দুই অসম কন্যা

1 min read

⭕ ৰাষ্ট্ৰীয় সৌন্দর্য প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউন্ডৰ বাবে নিৰ্বাচিত দুই অসম কন্যা।

⭕ Mrs. আৰু Miss দুটা শাখাৰ চূড়ান্ত ৰাউন্ডত অসমক প্ৰতিনিধিত্ব কৰিব বঙাইগাঁৱৰ সুস্মিতা পুৰকায়স্থ আৰু সুপৰ্না দে’ই।

⭕ গোৱাত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই আনন্দিত দুই অসম কন্যা।

You May Also Like

More From Author