পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা অপৰাধৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।
দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে ।
পুনৰ পৰকীয়া প্ৰেমে কাল হ’ল এজন যুৱকৰ বাবে।
পৰকীয়া প্ৰেমৰ ঘটনাৰ বাবে স্বামী আৰু সন্তানক এৰিলে পত্নীয়ে।
পুনৰ নাৰী সমাজক লজ্জানত কৰা আন এক ঘটনা ।
এখন সুখৰ সংসাৰ ভাঙি থান-বান কৰিলে পৰকীয়া প্ৰেমে ।
অসহায় কৰিলে কণমানিক ।