লক্ষ্মী পূৰ্ণিমাৰ দিনাই বছৰৰ অন্তিমটো আংশিক চন্দ্ৰগ্ৰহণ!

0 min read

লক্ষ্মী পূৰ্ণিমাৰ দিনাই বছৰৰ অন্তিমটো আংশিক চন্দ্ৰগ্ৰহণ

🔷সুদীৰ্ঘ ৩০ বছৰৰ মূৰত লক্ষ্মী পূৰ্ণিমাৰ দিনা আংশিক চন্দ্ৰগ্ৰহণ

🔷 নিশা ১.০৫ বজাত আৰম্ভ হ’ব আংশিক চন্দ্ৰগ্ৰহণ

🔷 আংশিক চন্দ্ৰগ্ৰহণৰ পৰিসমাপ্তি ঘটিব নিশা ২.২৪ বজাত

🔷 অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থানত পৰিলক্ষিত হ’ব আংশিক চন্দ্ৰগ্ৰহণৰ দৃশ্য

You May Also Like

More From Author