স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ

0 min read

🔴স্বামীৰ দাৰ ঘাপত মৃত্যু পত্নীৰ
🔴মোহন বৰ্মনে ঘপিয়াই হত্যা কৰিলে অনুপা বৰ্মনক
🔴হত্যাকাৰী মোহন বৰ্মনক আটক আৰক্ষীৰ
🔴উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত এই ঘটনা
🔴মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো

You May Also Like

More From Author