অচিৰেই গুৱাহাটীত নোহোৱা হ’ব ৰে’লগেট

1 min read

🔴অচিৰেই গুৱাহাটীত নোহোৱা হ’ব ৰে’লগেট
🔴ৰে’ল লাইন অতিক্ৰম কৰিবলৈ অপেক্ষা কৰিব নালাগিব ৰাইজে
🔴ৰে’লগেটত বিকল্প ব্যৱস্থা কৰি যানজঁট ৰোধৰ পৰিকল্পনা
🔴উত্তৰ-পূব সীমান্ত ৰে’লৱে গ্ৰহণ কৰিছে এই বিশেষ পৰিকল্পনা
🔴ৰে’লগেটৰ পৰিৱৰ্তে নিৰ্মাণ হ’ব ৰোড আণ্ডাৰ ব্ৰীজ অথবা উৰণসেতু
🔴উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষষা সব্যসাচী দে’ই জনালে এই কথা

You May Also Like

More From Author