মুকালমুৱাৰ বামুণবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।

1 min read

■মুকালমুৱাৰ বামুণবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।
■দূৰ্ঘটনাটোত তিনিজন লোক আহত।
■এখন দুচকীয়া বাহন আৰু এখন স্কোৰপিঅ’ বাহনৰ মাজত সংঘৰ্ষৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয়।
■পথ দুৰ্ঘটনাটোত দুচকীয়া বাহনখনৰ তিনিজন আহত হয়।
■আহত তিনিজন ক্ৰমে মিন্টু নাথ(২২), মানস বৰুৱা(১৫) আৰু অঞ্জন পাঠক(২০) ।
■আহত তিনিওজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও
মিন্টু নাথ আৰু মানস বৰুৱাৰ আঘাত গুৰুতৰ হোৱা বাবে উন্নত চিকিৎসাৰ বাবে দুয়োজনকে GMCH লৈ প্ৰেৰণ কৰে।
■আহত তিনিওজনৰে ঘৰ দৌলাশালত বুলি জানিব পৰা গৈছে।
■দুৰ্ঘটনাত পতিত দুচকীয়া বাহন খনৰ নম্বৰ AS 01 EJ 6114 আৰু স্কোৰপিঅ’ বাহন খনৰ নম্বৰ AS 01 FA 9881.

You May Also Like

More From Author