বঢ়মপুৰৰ ৰাসথলীত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং।

1 min read

➡️অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংক এই বছৰৰ “অসম গৌৰৱ- ২০২৩” বঁটা প্ৰদান বঢ়মপুৰৰ ৰাসথলীত।
➡️সমন্বয় ৰাসৰ মঞ্চত “অৰণ্য পিতৃ” উপাধিৰে পায়েংক বিভূষিত কৰিলে জাগৰণ সচেতন নাগৰিক মঞ্চয়ে।
➡️শেহতীয়াকৈ চৰকাৰে ৰোপণ কৰা এক কোটি গছপুলিৰ ২০%হে বাচি থাকিব। অসময়ত গছপুলি ৰোপণ কৰিলে চৰকাৰে: আক্ষেপ প্ৰকাশ যাদৱ পায়েংৰ।
➡️বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলমুক্ত কৰা অঞ্চলত হাতীৰ বাবে খাদ্য ৰোপণ কৰিবলৈ বন-বিভাগক আহ্বান পায়েংৰ।
➡️শদিয়াৰ পৰা ধুবুৰীলৈ অসমখন সেউজকৰণ কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰিব লাগে অসমৰ দল-সংগঠন সমূহে: আহ্বান জনালে যাদৱ পায়েঙে।

You May Also Like

More From Author