Month: November 2023

IIT Guwahati incubated startup BetaTANK Robotics Revolutionizes the Petroleum Industry with Cutting-Edge Robotic Solutions

IIT Guwahati incubated startup BetaTANK Robotics Revolutionizes the Petroleum Industry with Cutting-Edge Robotic Solutions

GUWAHATI, 1st November 2023: Indian Institute of Technology Guwahati (IITG) incubated Startup Beta Tank Robotics has developed two robotic solutions that efficiently maintain and clean petroleum tanks eliminating the need of human entry for this hazardous task. These robots are a valuable addition to the Oil industry, making it safer, more cost-effective, and environmentally responsible.

একেলগে উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ…

একেলগে উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ…

ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদেহ । এইবাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰ । মৃতদেহৰ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি

সিংঘম ষ্টাইলত খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত দুলীয়াজান আৰক্ষীৰ

সিংঘম ষ্টাইলত খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত দুলীয়াজান আৰক্ষীৰ

দুলীয়াজান থানাৰ পৰিদৰ্শক বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত দুলীয়াজান আৰু ভাদৈ আৰক্ষী দলে আজি খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ সৰবৰাহকাৰী সহ এখন বাহন। এই অভিযানত আৰক্ষী দলটোৱে ধৃত যুৱকৰ পৰা ০.৫১ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ প্ৰাপ্ত খৱৰ অনুসৰি আজি দুপৰীয়া ভাদৈ দিশৰ পৰা তীব্ৰবেগেৰে দুলীয়াজান অভিমুখে আহি থকা

গুৱাহাটীৰ ৰাজপথত ফুটগধূলিতে যুৱতীক ধৰ্ষণৰ অপচেষ্টা শ্ৰমিকৰ…

গুৱাহাটীৰ ৰাজপথত ফুটগধূলিতে যুৱতীক ধৰ্ষণৰ অপচেষ্টা শ্ৰমিকৰ…

উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় যুৱতী মহিলা। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে সন্ধিয়া এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ অপচেষ্টা চলালে অট্টালিকাত কাম কৰা কেইজনমান শ্ৰমিকে। শ্ৰমিককেইটাই ৰাজপথতেই কিশোৰীগৰাকীক টানি-আজুৰি ধৰ্ষণৰ চেষ্টা চলায়। অৱশ্য়ে ৰাইজৰ তৎপৰতাত কিশোৰীগৰাকী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে। এই