Month: November 2023

এইকেইটা লক্ষণে দেখা দিলে সাৱধান হওক..

এইকেইটা লক্ষণে দেখা দিলে সাৱধান হওক..

ছাইলেণ্ট হাৰ্টএটেক অতি ভয়ংকৰ৷ ইয়াৰ লক্ষণে দেখা দিয়াৰ পাছতো যদি ৰোগীয়ে গুৰুত্ব নিদিয়ে তেন্তে হিতে বিপৰীত হ’ব পাৰে৷ কেইটামান ঘণ্টা বা কেইমিনিটমানৰ ভিতৰতে আনকি ৰোগী মৃত্যু মুখতো পৰিব পাৰে৷ সাধাৰণতে হাৰ্টএটেকৰ লক্ষণ হৈছে বুকুৰ তীব্ৰ বিষ৷ পূৰ্বে এনে সমস্যাই দেখা নিদিয়া বাবে লোকজনে হয়তো এই বিষ গেছ বা অন্য কোনো

এই ৫টা উপসৰ্গ দেখা দিলে বুজিব গল ব্লাডাৰত পাথৰ হৈছে…

এই ৫টা উপসৰ্গ দেখা দিলে বুজিব গল ব্লাডাৰত পাথৰ হৈছে…

মানুহৰ কৰ্মব্যস্ত জীৱনত সময়ৰ লগত দৌৰোতে কিছুমান ৰোগৰ প্ৰকোপ বাঢ়িছে৷ তাৰে ভিতৰত গল ব্লাডাৰ ষ্টোনৰ সমস্যাও এটা৷ বিভিন্ন বয়সৰ মানুহে এই সমস্যাত ভোগে৷ এই ৰোগৰ মূল উপসৰ্গ হ’ল পেটৰ বিষ৷ নিয়মিত পেটৰ বিষে এই কথাৰ জাননী দিয়ে যে গল ব্লাডাৰত পাথৰ জমা হৈছে৷ কি কাৰণে গল ব্লাডাৰত পাথৰ জমা হ’ব

উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে এনে খাদ্য খাওক..

উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে এনে খাদ্য খাওক..

উচ্ছ ৰক্তচাপত ভোগা লোকৰ সংখ্যা প্ৰতিদেনই বাঢ়িছে৷ মানসিক চাপ ইয়াৰ অন্যতম কাৰণ৷ তদুপৰি জীৱনধাৰণ প্ৰণালীৰ ওপৰতো ই নিৰ্ভৰ কৰে৷ ৰক্তচাপ নিয়ন্ত্ৰণত নাথাকিলে কেতিয়াবা হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা থাকে৷ সেয়েহে মানসিক চাপৰ পৰা মুক্ত হৈ থকাৰ লগতে খাদ্যগ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব লাগে৷ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ বাবে খাদ্য তালিকাত নিয়মীয়াকৈ

মহ দূৰ কৰাৰ কেইটামান প্ৰাকৃতিক উপায়…

মহ দূৰ কৰাৰ কেইটামান প্ৰাকৃতিক উপায়…

মহে সকলোকে জ্বলা-কলা কৰে৷ গাঁৱেই হওক বা চহৰেই হওক সন্ধিয়া হোৱাৰ লগে লগে মহৰ উৎপাত বাঢ়িবলৈ ধৰে৷ মহৰ কামোৰ অতি অস্বস্তিদায়ক৷ তদুপৰি মহে মেলেৰিয়া, ডেংগু আদিকে ধৰি বিভিন্ন ৰোগ বিয়পাই ফুৰে৷ সেয়ে মহৰ উৎপাতৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্নৰাসায়নিক স্প্ৰে’ কৰাৰ উপৰি মহ খেদা ধূপ ব্যৱহাৰ কৰো৷ কিন্তু মহ খেদিবলৈ ব্যৱহাৰ

আজমলক মুছলিম যুৱকক ক্ষমা খুজিবলৈ আহ্বান…

আজমলক মুছলিম যুৱকক ক্ষমা খুজিবলৈ আহ্বান…

আজি বিয়লি ধুবুৰীৰ ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল হামিদে। সংবাদ মেলখনত ধুবুৰীৰ স্থানীয় সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ সাম্প্রতিক এক মন্তব্যক লৈ খৰ্গহস্ত হৈ পৰা দেখা যায় ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকী। সংবাদমেলখনত সাংসদ আজমলক মুছলিম যুৱকৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনায় আব্দুল