মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্রাস…

0 min read

স্মাৰ্ট আৰক্ষীক চেলেন্স দি মহানগৰীত চিলনী চোৰে অব্যাহত ৰাখিছে সোণৰ চেইন চুৰি কাণ্ড ।

মহানগৰীৰ কটাহবাৰী তিনিআলিত দিন দুপৰতে চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিয়ে ম’বাইল ৷

স্কুটাৰত অহা তিনি দুৰ্বৃত্তই পথৰে খোজ কাঢ়ি গৈ থকা এগৰাকী শিক্ষয়িত্ৰীৰ হাতৰ পৰা ম’ বাইল থপিয়াই উধাও হয় ৷

ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

You May Also Like

More From Author