মহানগৰীৰ সোণাইঘুলীত গুলীচালনাৰ ঘটনা…

0 min read
  • পুনৰ গুৱাহাটীত গুলীচালনাৰ ঘটনা।
  • মহানগৰীৰ সোণাইঘুলীত সংঘটিত হৈছে এই ঘটনা।
  • এটা ধৰ্ষণকাণ্ডক লৈ এই ঘটনা হোৱাৰ সন্দেহ।
  • কুণাল ৰয় নামৰ এজন যুৱকৰ বিৰুদ্ধে আছে ধৰ্ষণ কাণ্ডৰ অভিযোগ।
  • গুলীচালনাৰ ফলত এজন লোকৰ হেলমেটত গুলী লগাৰ খবৰ।
  • এটা ঘৰৰ ভিতৰত সোমাই আছে কুণাল ৰয় নামৰ যুৱকজন।
  • ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা।

You May Also Like

More From Author