পিঁয়াজৰ উপকাৰিতা সম্বন্ধে জানো আহক…

1 min read

বেছিভাগ ৰন্ধনত অতি প্ৰয়োজনীয় উপাদান হৈছে পিঁয়াজ। বজাৰত বগা-ৰঙা-গুলপীয়া ৰঙৰ পিয়াঁজ দেখিবলৈ পোৱা যায়। এই পিঁয়াজ ব্যৱহাৰ কৰি বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰা হয়।

এতিয়া জানো আহক পিঁয়াজৰ উপকাৰিতা বিষয়ে

পিয়াঁজৰ কিছু উপকাৰিতা

★কেঁচা পিঁয়াজ নিয়মীয়াকৈ খালে বহুমূত্ৰ ৰোগ নাশ হয় ।

★ এটা পিঁয়াজৰ লগত যদি সম পৰিমাণৰ মৌৰস মিহলাই খোৱা যায় তেন্তে কাহ, কফ আৰু সঘনে পানী লগা বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

★দাঁতৰ যিকোনো ৰোগ নহবৰ বাবে পিঁয়াজ যথেষ্ট সহায়ক।

★পিঁয়াজে আমাৰ দেহত ভিটামিন এৰ যোগান ধৰে।

★নিয়মীয়াকৈ পিঁয়াজ খালে ব্যক্তিজনক হাৰ্টৰ কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে।

★উচ্চ ৰক্তচাপ ক্ৰিয়া কৰা ব্যক্তিজনেও পিয়াজ খোৱাটো অতি প্ৰয়োজন ।

★পিয়াঁজত যথেষ্ট পৰিমাণে ফাইবাৰ বা আঁহ পোৱা যায়।

★পিয়াঁজে এচিডিটি আৰু কোষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা কৰে।

★পিয়াঁজৰ ব্যৱহাৰে চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰে।

 

You May Also Like

More From Author