আপোনাৰ ওঁঠ ফাটে নেকি ? তেন্তে আপুনি কি কৰা উচিত….

0 min read

ওঁঠে আমাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷ শীতকালত বহুতৰে ওঁঠ ফাটে ৷ কাৰোবাৰ সকলো সময়তে ওঁঠ ফটা দেখা যায় ৷ এই সমস্যাটো খুব বেদনাদায়ক, লগতে ই আমাৰ মুখৰ সৌন্দৰ্যকো প্ৰভাৱিত কৰে ৷ সাধাৰণতে আমি শৰীৰৰ আন অংশসমূহকৈ ওঁঠৰ যতন কমকৈ লওঁ ৷ বতৰৰ প্ৰভাৱ অথবা কেতিয়াবা ওঁঠ কামুৰি থকাৰ অভ্যাসৰ বাবেও ওঁঠ ফাটিব পাৰে ৷ সময়ত উপযুক্তভাৱে প্ৰতিপালন নকৰিলে ওঁঠ ফাটি কেতিয়াবা তেজ ওলোৱাও দেখা যায় ৷

এতিয়া জানো আহক ফটা ওঁঠৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব

১)এটা পাত্ৰত গাখীৰৰ সৈতে অলপ হালধি মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ফটা ওঁঠত লগাব লাগে ৷

২)মৌ অলপ আৰু ভেচলিন এটা পাত্ৰত মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে ৷

৩) পাঁচ বা ছটা গোলাপৰ পাহি কেঁচা গাখীৰৰ সৈতে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিব লাগালে ওঁঠফটাৰ পৰা লাভবান হব ৷

৪) ওঁঠৰ যত্ন ল’বলৈ পুষ্টিকাৰক খাদ্য গ্ৰহণ কৰিব লাগে।

You May Also Like

More From Author