দৰং জিলাত উৎখাত দেহ ব্যৱসায়ী চক্ৰ

0 min read

দলগাওঁৰ ২ নং শিয়ালমাৰী পৰা সোমবাৰে দৰং আৰক্ষীয়ে উৎখাত কৰে এক দেহ ব্যৱসায়ী চক্ৰ ৷ ব্যৱসাসী চক্ৰৰ কৱলৰ পৰা ৫গৰাকী ভুক্তভোগী ছোৱালী উদ্ধাৰ কৰাৰ লগতে দুজনী ব্যৱসায়ী মহিলাক আটক কৰে আৰক্ষীয়ে ৷

দলগাওঁৰ জয়নাল উদ্দিন নামৰ ব্যক্তি এগৰাকীৰ ঘৰৰ পৰা অভিযান চলাই আটক কৰে দেহ ব্যৱসায়ী মহিলা ২গৰাকীক ৷ উল্লেখযোগ্য যে, বিভিন্ন চাকৰীৰ প্ৰলোভন দি দৰং জিলাৰ বাহিৰৰ ছোৱালীবোৰক অসামাজিক কামত ব্যৱহাৰ কৰে জয়নাল উদ্দিনে ৷ এই চক্ৰটোৰ লগত আৰু বহু ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

You May Also Like

More From Author