টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ১জন

1 min read
  • নিশা টীয়কত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা
  • প্রথমটো দুৰ্ঘটনা- দুখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ
  • দুৰ্ঘটনা সংঘটিত কৰি এখন ট্রাকৰ চালকসহ হেন্দিমেনৰ পলায়ন
  • গুৰুতৰভাৱে আহত আনখন ট্রাকৰ চালকক JMCHলৈ প্রেৰণ
  • একে সময়তে অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন যুৱক
  • নিহত যুৱকজনৰ নাম শংকৰ মাহিলী।

You May Also Like

More From Author