Year: 2023

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এটা পোষ্টক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা …

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এটা পোষ্টক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা …

অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ শেহতীয়া এটা পোষ্ট। এই পোষ্টটোক লৈ চলিছে ব্যাপক চৰ্চা। অনুৰাগীসকলেও অৱতাৰণা কৰিছে কেতবোৰ প্ৰশ্ন । কিন্তু কিয় ? প্ৰথমে চাওক এইটো পোষ্ট … এইটোৱে হৈছে দীপলিনা ডেকাৰ সেই বিশেষ পোষ্টটো। পোষ্টটোত দীপলিনাই লিখিছে – তোমাৰ হাতত হাত ধৰি আগুৱাম, ভালপোৱা এটি নাম …।

ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদৰ আচৰিত কাৰণটো!

ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিবাহ বিচ্ছেদৰ আচৰিত কাৰণটো!

ভাৰতৰ শীৰ্ষ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকৰ বিবাহৰ ১২ বছৰ হ’ল আৰু এতিয়া, ইমান দিন একেলগে থকাৰ পিছত, সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে দম্পতীহালৰ মাজত এক ডাঙৰ বিভেদ আহিছে। দম্পতীহালৰ বিবাহ বিচ্ছেদৰ খবৰ দীৰ্ঘদিন ধৰি চৰ্চাত আছে আৰু খবৰ পোৱা গৈছে যে দুয়োৰে সোনকালে বিবাহ

পাৰ্থ সাৰথি মহন্তক অসম আৰক্ষীৰ ডিআইজি (প্ৰশাসন) হিচাপে নিযুক্তি

পাৰ্থ সাৰথি মহন্তক অসম আৰক্ষীৰ ডিআইজি (প্ৰশাসন) হিচাপে নিযুক্তি

অসম আৰক্ষীৰ গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী বিষয়া গৰাকীৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা পৰৱৰ্তী আদেশ লৈকে ডিআইজি (এডমিন) হিচাপে নিযুক্তি দিয়া হৈছে।

আলফা স্বাধীনৰ নামত মাজুলীৰ দুগৰাকী ব্যক্তিৰ পৰা ১৫ লাখ টকাৰ ধন দাবী

আলফা স্বাধীনৰ নামত মাজুলীৰ দুগৰাকী ব্যক্তিৰ পৰা ১৫ লাখ টকাৰ ধন দাবী

অসমৰ সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম ( স্বাধীন ) চমুকৈ আলফাই পূৰ্বৰ দৰে ধনদাবী, অপহৰণ, হত্যা-হিংসা আদি আগৰ তুলনাত বহু পৰিমাণে এৰাই চলা পৰিলক্ষিত হৈছে যদিও কিন্তু অসমৰ উক্ত সশস্ত্ৰ সংগঠনটোৰ নামত একাংশ ভুৱা আলফাই এতিয়াও ধনদাবীৰ দৰে ঘটনা সংঘটিত কৰিয়েই আহিছে। এইবাৰ মাজুলীটো আলফাৰ নামত ধন দাবীৰ দৰে

গুৱাহাটীবাসীৰ বাবে ভাল খবৰ; জাইকা প্ৰকল্পৰ অধীনত নতুনকৈ পাঁচ সহস্ৰাধিক পৰিয়ালে লাভ কৰিব খোৱাপানী

গুৱাহাটীবাসীৰ বাবে ভাল খবৰ; জাইকা প্ৰকল্পৰ অধীনত নতুনকৈ পাঁচ সহস্ৰাধিক পৰিয়ালে লাভ কৰিব খোৱাপানী

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰে৷ গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ৰূপায়িত জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ অধীনত নতুনকৈ পাঁচ সহস্ৰাধিক পৰিয়াললৈ খোৱাপানী যোগান ধৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি আজি মন্ত্ৰীগৰাকীয়ে