22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এটা পোষ্টক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা …

Assamese Newsজনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ এটা পোষ্টক লৈ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা ...

অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ শেহতীয়া এটা পোষ্ট। এই পোষ্টটোক লৈ চলিছে ব্যাপক চৰ্চা। অনুৰাগীসকলেও অৱতাৰণা কৰিছে কেতবোৰ প্ৰশ্ন । কিন্তু কিয় ? প্ৰথমে চাওক এইটো পোষ্ট …

এইটোৱে হৈছে দীপলিনা ডেকাৰ সেই বিশেষ পোষ্টটো। পোষ্টটোত দীপলিনাই লিখিছে – তোমাৰ হাতত হাত ধৰি আগুৱাম, ভালপোৱা এটি নাম …। কিন্তু কাৰ সৈতে হাতত হাত ধৰি আগুৱাব বিচাৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ? কাৰ সৈতে আঙুলিত আঙুলি থৈ দেখিছে সপোন ? তাকে লৈ অনুৰাগীসকলৰ বাঢ়িছে উৎকণ্ঠা, জানিবলৈ বিচাৰিছে প্ৰিয় অভিনেত্ৰীগৰাকীৰ প্ৰিয় মানুহজনৰ নাম …

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!