23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

পাৰ্থ সাৰথি মহন্তক অসম আৰক্ষীৰ ডিআইজি (প্ৰশাসন) হিচাপে নিযুক্তি

Assamese Newsপাৰ্থ সাৰথি মহন্তক অসম আৰক্ষীৰ ডিআইজি (প্ৰশাসন) হিচাপে নিযুক্তি

অসম আৰক্ষীৰ গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী বিষয়া গৰাকীৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা পৰৱৰ্তী আদেশ লৈকে ডিআইজি (এডমিন) হিচাপে নিযুক্তি দিয়া হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!