পাৰ্থ সাৰথি মহন্তক অসম আৰক্ষীৰ ডিআইজি (প্ৰশাসন) হিচাপে নিযুক্তি
অসম আৰক্ষীৰ গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী বিষয়া গৰাকীৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা পৰৱৰ্তী আদেশ লৈকে ডিআইজি (এডমিন) হিচাপে নিযুক্তি দিয়া হৈছে।