বেয়া খাদ্যাভ্যাসৰ কাৰণে আজিকালি দাঁত আৰু দাঁতৰ মাৰিৰ সমস্যাত বহুতকে ভোগা দেখা যায়৷ দাঁতৰ বিষ, ৰক্তপাত আৰু মুখৰ দুৰ্গন্ধৰ বাবে বহুতেই অস্বস্তিত পৰে৷ কিছুমানে আকৌ দাঁতৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে৷ ফলত ইয়াৰ পৰিণাম ভুগিব লগা হয়৷ বেয়া খাদ্যাভ্যাস আৰু মুখৰ যত্ন নোলোৱাৰ বাবে দাঁতৰ ফাকসমূহত ময়লা জমা হয়৷ বিশেষকৈ নিয়মিত
Year: 2023
এজন পূৰ্ণবয়স্ক লোকৰ বাবে প্ৰতিদিনে ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবেও বহুতেই সময়মতে শোৱাৰ সময় স্থিৰ কৰিব নোৱাৰে৷ কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷ এনে ধৰণে টোপনিৰ পৰিমাণ
পানীয়েই জীৱন৷ পানী স্বাস্থ্যৰ মহৌষধ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ অৱশ্যে পানী খোৱাও নিয়ম আছে৷ আপুনি যদি নিয়মমতে পানী খাই তেন্তে আপোনাৰ শৰীৰ সুস্থ থাকিব৷ বহুতেই নাজানে পানী কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে৷ পানী কেতিয়া কেনেকৈ খাব লাগে তাক জানো আহক– [১] খালী পেটত পানী খোৱাটো অত্যন্ত উপকাৰী৷
যদি আমি হিন্দী চিনেমাৰ শীৰ্ষ অভিনেত্ৰীসকলৰ কথা কবলৈ যাওঁ, তেন্তে সেই তালিকাত সুস্মিতা সেনৰ নাম নিশ্চয় সন্নিবিষ্ট হ’ব। বিস্ময়কৰ অভিনয় আৰু সৌন্দৰ্য্যৰ বাবে সুস্মিতা সেন সুপৰিচিত। প্ৰতিদিনে দেখা যায় যে সুস্মিতাই ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে বহু শিৰোনাম লাভ কৰে। বৰ্তমান তেওঁ ক্ৰয় কৰা নতুন বাহনক লৈ চৰ্চা লাভ কৰিছে। সুস্মিতাই
হিন্দু ধৰ্মত বিবাহিত মহিলাৰ অলংকাৰৰ বিশেষ গুৰুত্ব আছে। হিন্দু ধৰ্মত নাৰীৰ ১৬টা অলংকাৰৰ কথা চৰ্চা হয়, যিবোৰ বিবাহৰ পিছত মহিলাই কৰে। ইয়াত সেন্দূৰ, ফোট, মংগলসূত্ৰ, খাৰু, পায়লৰ দৰে মেকআপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। এই অলংকাৰবোৰক নাৰী বিবাহিত হোৱাৰ প্ৰমাণ হিচাপে গণ্য কৰা হৈছে। বিবাহিত মহিলাৰ মেকআপে বিবাহিত মহিলাৰ আয়ুস দীঘলীয়া