যোৰহাটত সংঘটিত হৈছে আৰক্ষীক লজ্জানত কৰা এক ঘটনা। হেণ্ডকাফ লগাই পলায়ন কৰিলে কয়দীয়ে। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, যোৰহাট চিকিৎসা মহাবিদ্যালৰ পৰা পলায়ন কৰে কয়দীগৰাকীয়ে। অভিযুক্তৰ নাম বৃন্দাবন বৰা। ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাগাৰত আছিল বৃন্দাবন বৰা। উল্লেখ্যে যে, চিকিৎসাৰ বাবে আজি পুৱাৰ ভাগত JMCHত বৃন্দাবনক
Year: 2023
মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ জিএচ ৰোডৰ কামাখ্যা টাৱাৰস্থিত কেইনকো লাউঞ্জ এণ্ড বাৰত বৃহস্পতিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক আৰু ছাত্ৰৰ দল এটাই চৰম উদ্ভণ্ডালিয়ে বাৰৰ মেনেজাৰ – কৰ্মচাৰীক মাৰপিট কৰে। সুৰামত্ত হৈ বাৰখনত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিৰে তাণ্ডৱ চলোৱাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে বাৰত সুৰাপান কৰি উদ্ভণ্ডালি কৰা ছাত্ৰৰ বিৰুদ্ধে
অপহৰণ কৰি ধৰ্ষণৰ অভিযুক্ত শাস্তি প্ৰদান কৰিছে আদালতে। উত্তৰ প্ৰদেশৰ মহৰাজগঞ্জ জিলাৰ এখন বিশেষ আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাদণ্ডৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমণা বিহে। শনিবাৰে আৰক্ষীয়ে জনাই এই কথা। আৰক্ষীয়ে জনাই যে শুকুৰবাৰে বিশেষ ন্যায়াধীশ বিনয় কুমাৰ সিঙে অপহৰণ আৰু ধৰ্ষণৰ অভিযুক্ত প্ৰদ্যুমনক দোষী সাব্যস্ত কৰি
মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি ৩৬ বছৰীয়া এগৰাকী ব্যক্তিক মৰিয়াই হত্যা কৰিলে পত্নীয়ে। জানিব পৰা মতে পত্নীৰ জন্মদিনত স্বামীয়ে ডুবাইলৈ লৈ যোৱাৰ বাবে অস্বীকাৰ কৰিছিল। যাৰ বাবে ক্ষোভত পত্নীয়ে স্বামীৰ ওপৰত আক্ৰমণ কৰে। শুকুৰবাবে পুনেৰ বনাবাড়ী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মৃত্যু হোৱা লোকজন ব্যৱসায়ী নিখিল
চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ২ আলফা কেডাৰৰ নয়ন পাটমাউত ওৰফে বিকাশ অসম, আৰু দীপক হাতীবৰুৱা ওৰফে দিব্য অসমৰ আত্মসমৰ্পন