বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্যৰ ভিন্নস্থানত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীটো আৰম্ভ হৈছে ব্যাপক উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা দোকানসমূহ মঙলবাৰৰ পৰা জিএম চি শ্ৰমিক এফালৰ পৰা ভাঙে প্ৰায় শতাধিক দোকান ৷ একেদৰে অনুজ্ঞাপত্ৰ বিহীনভাৱে ফুটপাথত থকা হডিং আৰু বেনাৰো
Year: 2023
উত্তৰ কোৰিয়াই আজি নিচেই পুৱাতে কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা হ্ৰস দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰে। দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্ৰ পৰীক্ষণে অঞ্চলটোত শান্তিৰ বাতাবৰণ বিঘ্নিত কৰিব। এই সন্দৰ্ভত ৱাশ্বিংটন মহলে কয় যে উত্তৰ কোৰিয়াৰ শেহতীয়া ক্ষেপণাস্ত্ৰ পৰীক্ষণে আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইয়াৰ মিত্ৰ দেশসমূহলৈ
আজি সন্ধ্যা টীয়কৰ লাহিং লক্ষীবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু হয় l জানিব পৰা মতে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত হঠাৎ অহা উদঙীয়া গৰু খুন্দিয়াই কৰুণ ভাৱে মৃত্যু হয় যুৱকজনৰ।দুৰ্ঘটনাতমৃত্য সাৱটি লোৱা যুৱকজনৰ নাম কৌশিক বৰুৱা বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ টীয়কৰ বলমা দোলাষৰীয়া গাঁৱত ।
কেন্দ্রীয় জল শক্তি মন্ত্রালয়ে ৫ জানুৱাৰীত ৰাজ্যিক জল সম্পদ মন্ত্ৰীসকলৰ দুদিনীয়া সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰিছে। মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে ২০৪৭ চনৰ বাবে জল দৃষ্টিভংগী। ভূপালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জল শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে কয় যে, কেন্দ্রীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ
গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত নৱবৰ্ষৰ পহিলা দিনটোত কালি গ্রন্থপ্রেমী লোকে ভিৰ কৰা পৰিলক্ষিত হয়। দিনৰ ১০ বজাত প্ৰৱেশদ্বাৰ মুকলি হোৱাৰে পৰা নিশা পৰ্যন্ত গ্ৰন্থৰ সান্নিধ্য বিচাৰি শিক্ষাৰ্থী, লেখক, সাহিত্যিককে ধৰি সাধাৰণ ৰাইজে গ্রন্থমেলাথলী ভৰি পৰে। অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাই যৌথভাৱে অনুষ্ঠিত