এক পৌৰাণিক কথা অনুসাৰি ভগৱান শ্রী বিষ্ণুৰ লগত দেৱী লক্ষ্মী শ্ৰীচ সাগৰত বিৰাজমান আছিল। সেই সময়ত দুয়োৰে মাজত কথোপকথন চলি আছিল। সেই কথোপকথনৰ মাজতে দেৱী লক্ষ্মীৰ মুখৰপৰা ওলাল, যে তেওঁক আৰাধনা কৰাৰ আগতে কাৰোৱে কথা নচলে। সংসাৰৰ প্ৰতিজন ব্যক্তিয়ে মোক প্ৰাপ্ত কৰিবৰ বাবে, মোৰ পূজা অৰ্চনা কৰে। ভগৱান শ্রী বিষ্ণুৰ
Year: 2023
আই লক্ষ্মীক সম্পদ, শান্তি আৰু সমৃদ্ধিৰ দেবী হিচাপে মনা যায়( Assamese puja )।বিশেষকৈ শুক্রবাৰৰ দিনটো দেবী লক্ষ্মীৰ প্রতি উৎসর্গীত আৰু মনা যায় যে শুক্রবাৰে দেবী লক্ষ্মীৰ পূজা কৰিলে অর্থ-ধন সংক্রান্তীয় সমস্যা দূৰ হয় বুলি। শুক্রবাৰৰ সন্ধ্যা দেবী লক্ষ্মীৰ উপাসনা বা পূজা কৰাটো সৰ্বোত্তম বুলি মনা যায়,এনে কৰিলে ঘৰত সুখ- সমৃদ্ধি
” যং যং ৱাপি স্মৰণ ভাৱং ত্যজত্যন্তে কলেৱৰম্ | তং তমেৱৈতি কৌন্তেয় সদা তদ্ভাৱভাৱিতঃ || ” গীতা গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে- হে কুন্তী পুত্র, মৰণৰ সময়ত যিভাৱ স্মৰণ কৰি মানুহে দেহত্যাগ কৰে, সদায় সেই ভাৱত মন নিৱিষ্ট থকাৰ কাৰণে, সেইজন মানুহে সেই সেই ভাৱকে পায় | মৃত্যুৰ সময়ত যন্ত্ৰণাত চটফটাই
🔴তেজ দিয়াৰ নামত দালালি কৰি GMCHত আটক যুৱক🔴১০ জনীয়া এটা চক্ৰই চলাই আহিছিল তেজ দিয়াৰ নামত দালালি🔴ৰোগীৰ আত্মীয়ৰ পৰা ১০ হাজাৰ টকা বিচাৰিছিল আটক দালাল শ্বেখে🔴GMCH কৰ্তৃপক্ষই ভঙাগড় আৰক্ষীক গতাই দিয়ে দালালটোক
🔴আজি আদালতত হাজিৰ হ’ব NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা🔴কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’ব হাজেলা🔴সোঁশৰীৰে হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল আদালতে🔴বিত্তীয় অনিয়মৰ অভিযোগত তৰিছিল গোচৰ🔴হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে