Year: 2023

ঘিউ দিয়া চাহৰ চমৎকাৰী গুণাগুণ জানি আপুনিও আচৰিত হ’ব

ঘিউ দিয়া চাহৰ চমৎকাৰী গুণাগুণ জানি আপুনিও আচৰিত হ’ব

ঘিউ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।ঘিউ বহু পুষ্টিৰে সমৃদ্ধ, যাৰ বাবে সৰুৰ পৰা ডাঙৰলৈ সকলো বয়সৰ লোকৰে খাদ্য তালিকাত ঘিউ অন্তৰ্ভূক্ত হয়। সাধাৰণতে খাদ্য ৰন্ধা খাদ্যৰ সৈতে ঘিউৰ জুতি লোৱা হয়। কিন্তু আপুনি জানি হয়তো আচৰিত হ’ব যে আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাহ কাপত এক চাহ চামুচ

বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰ দিল্লী…

বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰ দিল্লী…

বৰষুণৰ পাছত ৰাজধানী দিল্লীত কিছু পৰিমাণে প্ৰদূষণৰ মাত্ৰ কমিছিল যদিও পুনৰ ভয়ংকৰ হৈ পৰিছে দিল্লীৰ বায়ু প্ৰদূষণ। নিষেধাজ্ঞাৰ পাছতো দিপাৱলীত ফটকা ফুটোৱা বাবে দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি হৈছে। দিপাৱলীৰ পিছত সোমবাৰে পুৱা দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ পুনৰ বৃদ্ধি পাইছে। ধোঁৱাৰ ছানি ধৰিছে দিল্লী। সোমবাৰে দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত

ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত যুৱতীৰ উৱলি যাব ধৰা মৃতদেহ উদ্ধাৰ , পলাতক ভুৱা স্বামী

ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত যুৱতীৰ উৱলি যাব ধৰা মৃতদেহ উদ্ধাৰ , পলাতক ভুৱা স্বামী

ছয়মাইলত সংঘটিত এক ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। ছয়মাইলস্থিত পূৰ্বাচা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। উৱলি যাব ধৰা অৱস্থাত উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী বোকাজানৰ অঞ্জু দৰ্জী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰামতে অঞ্জু দৰ্জীয়ে গুৱাহাটীৰ এখন পাৰ্লাৰত কাম কৰিছিল। উৱলি যোৱা অৱস্থালৈ চাই তেওঁৰ মৃত্যু প্ৰায়

হাগ্ৰামাৰ স্পষ্টীকৰণ, মিত্ৰতালৈ নাহে বিজেপিৰ সৈতে, অকলে খেলিব নিৰ্বাচন

হাগ্ৰামাৰ স্পষ্টীকৰণ, মিত্ৰতালৈ নাহে বিজেপিৰ সৈতে, অকলে খেলিব নিৰ্বাচন

কোকৰাঝাৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।এনডিএৰ পৰিকল্পনাত চেঁচাপানী ঢালি হাগ্ৰামা মহিলাৰীৰ ঘোষণা। তেওঁ কয় যে, দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে দিব নিজাববীয়া প্ৰাৰ্থী। দুয়োটা সমষ্টিতে জিকিব বিপিএফ। বিপিএফ চিংগলে জন্ম হৈছে চিংগলে যাব । বিজেপি, কংগ্ৰেছ , অগপ , এআইইউডিএফ কাৰো সতে আমাৰ যোগাযোগ নাই। দলৰ সিদ্ধান্ত অনুসৰি

আজি কিছু ৰাশিৰ বাবে অনুকূল দিন, প্ৰতিটো কাম সহজে সম্পূৰ্ণ হ’ব, যাৰ বাবে আপুনি সুখী হ’ব

আজি কিছু ৰাশিৰ বাবে অনুকূল দিন, প্ৰতিটো কাম সহজে সম্পূৰ্ণ হ’ব, যাৰ বাবে আপুনি সুখী হ’ব

চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ৰাশিফল ​​গণনা কৰা হয়। কিন্তু ইংৰাজী মতে সূৰ্য্যক অগ্ৰাধিকাৰ দিয়া হয়। গতিকে ইংৰাজীত ৰাশিক Sun Sign বুলি কোৱা হয়। এই ক্ষেত্ৰত জন্মদিন অনুযায়ী বুজা যায় যে এজন ব্যক্তি যিকোনো ৰাশি বা জাতিকাৰ অন্তৰ্গত। ৰাশিফলে নিজৰ জন্ম তাৰিখৰ বাবে কি নিৰ্ধাৰণ কৰিছে চাওঁ আহক মেষ