গুৱাহাটীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতালৈ জামিন। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতে চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে জামিন। সপ্তাহত দুদিন নুনমাটি থানাত হাজিৰ হ’ব লাগিব বন্দনা। আদালতৰ অনুমতি অবিহনে গৃহ জিলা এৰি যাব নোৱাৰিব বন্দনা কলিতাই। স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল বন্দনাই।
Year: 2023
১০০ টকাই ভাগ্য সলালে এগৰাকী কলেজীয়া ছাত্ৰীৰ, ১০০ টকাৰ লটাৰীৰ টিকট কিনি লাভ কৰিলে ৫০ লাখ টকীয়া মাৰ্চিডিজ বেঞ্জ
CJM আদালতত জামিন লাভ বিতৰ্কিত কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লাৰ
আজি মাজনিশা মুকলি হ’ব চৰকাৰী চাকৰিৰ আৱেদনৰ পৰ্টেল। এই পৰ্টেল মুকলিৰ লগে লগেই ৩য় আৰু ৪ৰ্থ বৰ্গৰ ১২,৬০০ পদৰ বাবে কৰিব পাৰিব আৱেদন।
বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ… অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান। লগতে বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ। এতিয়াও ICUতে ৰখা হৈছে জুবিন গাৰ্গক। চিন্তাৰ কোনো কাৰণ নাই। চাৰিজনীয়া চিকিৎসকৰ নিৰীক্ষণত জুবিন গাৰ্গ। চিকিৎসকৰ মতে বিশ্ৰামৰ প্ৰয়োজন জুবিনৰ।