Guwahati, 6th November 2023 The 1st edition of the prestigious North East Cycling Awards was held on 4th November 2023 at the elegant Ratnamouli Palace in Guwahati. It left an indelible mark as it celebrated the spirited champions of the cycling world from the North Eastern Region of India. The
Year: 2023
ৰনদীপ হুদা বিবাহঃ বলীউডৰ অভিনেতা ৰনদীপ হুদা বিবাহ সন্দৰ্ভত চৰ্চালৈ আহিছে খবৰ। খবৰ অনুসৰি অভিনেতাগৰাকীয়ে অতি সোনকালে দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। খবৰ অনুসৰি চলিত মাহৰ শেষৰ ফালে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। অৱশ্যে ৰণদীপৰ বিয়াৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
On the eve of the legendary actor Kamal Haasan’s birthday, the title of his much-anticipated film with Mani Ratnam has been unveiled. Kamal Haasan took to his social media platform to share the first look poster and announce the title of his forthcoming film, which was previously referred to as
শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা বৰ্তমান বিদ্যুতৰ গতিত বৃদ্ধি পাইছে। বহুতো লোক হৃদৰোগজনিত সমস্যাত ভুগিছে । যুৱ প্ৰজন্মৰ মাজতো এই ৰোগ দেখিবলৈ পোৱা হৈছে ।
আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত। ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়। শৰীৰত প্ৰৱেশ নহয় মহামূল্যবান ‘ডি’ ভিটামিনৰ। তেতিয়াই শৰীৰক আক্রমণ কৰে নানা ধৰণৰ ৰোগে। ভিটামিন ‘ডি’; যাৰ অন্য নাম ছানছাইন ভিটামিন।