Year: 2023

পুনৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী লাট মণ্ডলে

পুনৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী লাট মণ্ডলে

পুনৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী লাট মণ্ডলে 🔷 ৩ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ সত্যনাৰায়ণ ডেকা 🔷 ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ডেকা 🔷 মাটিৰ নামজাৰিৰ নামত লৈছিল ঘোচ 🔷 জুৰীয়া দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰে সত্যনাৰায়ণক

চিগাৰেট হোপে? এইদৰে হাওঁফাও পৰিষ্কাৰ ৰাখক

চিগাৰেট হোপে? এইদৰে হাওঁফাও পৰিষ্কাৰ ৰাখক

শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হৈছে হাওঁফাও৷ কিন্তু বহুতেই হাওঁফাওক অৱহেলা কৰে৷ ফলত, বতাহত মিলি থকা ধূলিকণাসহ বিভিন্ন ক্ষতিকাৰক উপাদানসমূহে প্ৰতিদিনে হাওঁফাওক শোষণ কৰে৷ আনহাতে ধুম্ৰপায়ীসকলে কৰা ধুমপানৰ বাবে গুলপীয়া হাওঁফাওটো ক্ৰমাৎ ক’লা হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত এটা সময়ত কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ হোৱাৰ আশংকা আহি পৰে৷ কিন্তু ধুম্ৰপায়ীসকলে কেইটামান উপায়েৰে হাওঁফাও

কিডনীৰ সমস্যা হ’লে এইবোৰ লক্ষণে দেখা দিয়ে

কিডনীৰ সমস্যা হ’লে এইবোৰ লক্ষণে দেখা দিয়ে

আমাৰ শৰীৰৰ প্ৰতিটো অংগৰে নিজস্ব কাম থাকে৷ হৃদপিণ্ড, মস্তিষ্ক আৰু হাওঁফাওঁৰ লগতে বৃক্ক বা কিডনীটোৱেও স্বাস্থ্যৰ বাবে ২৪ ঘণ্টাই কাম কৰি থাকে৷ কিডনীৰ প্ৰধান কাম হৈছে তেজ পৰিষ্কাৰ কৰা আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থসমূহ উলিয়াই দিয়া৷ তদুপৰি কিডনীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ আৰু লোহিত ৰক্তকণিকা তৈয়াৰ কৰাৰ লগতে শৰীৰৰ pH

‘আই ড্ৰপ’ ব্যৱহাৰত সাৱধান হওক…

‘আই ড্ৰপ’ ব্যৱহাৰত সাৱধান হওক…

যিকোনো ধৰণৰ চকুৰ অসুখত আক্ৰান্ত হ’লেই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দোকানৰ পৰা ঔষধ ক্ৰয় কৰি প্ৰয়োগ কৰাৰ প্ৰৱণতা বেছিভাগৰেই আছে৷ সাধাৰণতে হোৱা ধূলি-বালিৰ বাবে হোৱা কংজাংটিভাইটিছত আক্ৰান্ত হ’লে ফাৰ্মাচীৰ পৰা চকুৰ দৰৱ আনি বহুতেই ব্যৱহাৰ কৰে৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে এইদৰে ষ্টেৰয়েডযুক্ত ঔষধ চকুৰ দিয়াৰ ফলত চকুৰ অসুখ ভাল হোৱাৰ বিপৰীতে চকুৰ

ভূটানী ৰজাৰ স’তে বিশেষ আলোচনাত মিলিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

ভূটানী ৰজাৰ স’তে বিশেষ আলোচনাত মিলিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

তিনিদিনীয়া কাৰ্যসূচীৰে শুক্ৰবাৰে বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হোৱা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংগচুকৰ স’তে সন্ধিয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক আলোচনাত মিলিত হয় ৷ আনহাতে আজি সন্ধিয়া ভূটানী ৰজা গৰাকীৰ সন্মানাৰ্থে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই খানাপাৰাস্থ অসম প্ৰশাসনিক মহাবিদ্যালয়ত আয়োজন কৰা নৈশভোজত অংশ ল’ব ৷ ইপিনে