Year: 2023

দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত এইবাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ED-ৰ চমন

দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত এইবাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ED-ৰ চমন

মনীষ সিসোদিয়া আৰু সঞ্জয় সিঙৰ পিছত এইবাৰ দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খাই পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লী আবকাৰী নীতিৰ গোচৰৰ তদন্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে আৰু এইবাৰ ED য়ে তেওঁলৈ চমন জাৰি কৰিছে। ED অৰ্থাৎ প্ৰবৰ্তন সঞ্চালকালয়ে আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সোধা-পোছাৰ

নগাঁৱৰ বঢ়মপুৰৰ ভক্তিপ্ৰদীপ দিহানাম দলৰ উদ্যোগত প্ৰতিযোগিতা

নগাঁৱৰ বঢ়মপুৰৰ ভক্তিপ্ৰদীপ দিহানাম দলৰ উদ্যোগত প্ৰতিযোগিতা

নিউজ ব্যুৰ’,নগাঁও,৩০অক্টোবৰ:– নগাঁও জিলাৰ বঢ়মপুৰৰ ভক্তিপ্রদীপ দিহানাম দলৰ উদ্যোগত আৰু সমূহ বঢ়মপুৰবাসী ৰাইজৰ সহযোগত শনিবাৰে দিনযোৰা কাৰ্য্যসূচীৰে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত সেই উপলক্ষে দিহানাম প্ৰতিযোগিতাৰ অনুষ্ঠানৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট সমাজকর্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম কলিতাই । ইয়াৰ পাছতে উদ্যোক্তাসকলৰ ফালৰ পৰা

শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ “ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা”

শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ “ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা”

নিউজ ব্যুৰ’,নগাঁও,৩০অক্টোবৰ:–সত্ৰীয়া সংস্কৃতিৰ সাধক,চিন্তাশীল লেখক,বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্তৰ সোঁৱৰণত নগাঁও জিলা সত্ৰ মহাসভাই ঘোষণা কৰা “ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা” চলিত বৰ্ষত বিশিষ্ট সমাজ সংগঠক,সাংস্কৃতিক কৰ্মী তথা শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ আগবঢ়োৱা হৈছে। ৰবিবাৰে প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্ত দেৱৰ বাৰ্ষিক তিৰোভাৱ তিথিৰ দিনটোতে নগাঁও

নগাঁৱৰ চমুৱাগাঁৱৰ পথ দুৰ্ঘটনাত আহত ব্যৱসায়ীৰ মৃত্যু

নগাঁৱৰ চমুৱাগাঁৱৰ পথ দুৰ্ঘটনাত আহত ব্যৱসায়ীৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,৩০অক্টোবৰ:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁৱৰ হাতীচোং-জাজৰি পথত সংঘটিত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী ব্যৱসায়ী আহত হৈ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰা ব্যৱসায়ীজন হৈছে উৎপল বৰ্মন। প্ৰাপ্ত বাতৰি মতে চমুৱাগাঁও তিনিআলিৰ এখন ষ্টেশ্যনাৰী দোকানৰ স্বত্বাধিকাৰী বৰ্মনে ৰবিবাৰে সন্ধিয়া ব্যৱসায় সামৰি পথৰ কাষেৰে খোজ

পুনৰ নাকচ হ’ল মনীষ ছিছ’দিয়াৰ জামিন আবেদন

পুনৰ নাকচ হ’ল মনীষ ছিছ’দিয়াৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে পুনৰ নাকচ কৰিলে দিল্লীৰ উপমুখ্যমন্ত্রী মনীষ ছিছ’দিয়াৰ জামিন আবেদন । যোৱা ১৭ অক্টোবৰত দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত অভিযুক্ত মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।উল্লেখ্য যে দিল্লীৰ সুৰা নীতিত দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগ উণ্থাপন হৈছিল আপৰ নেতা মনিষয়