Year: 2023

ভস্মীভূত কেইবাখনো দোকানহাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড;

ভস্মীভূত কেইবাখনো দোকানহাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড;

🔴হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড🔴ভস্মীভূত কেইবাখনো দোকান🔴জুইত জাহ গ’ল ১ কোটিৰো অধিক টকাৰ সম্পত্তি🔴শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ

নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড

নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড

🔴নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড🔴দপদপকৈ জ্বলিল পথৰ কাষত ৰখাই থোৱা এখন চিটী বাছ🔴দুৰ্বৃত্তই বাছখনত অগ্নিসংযোগ কৰাৰ সন্দেহ বাছখনৰ চালকৰ🔴ভস্মীভূত চিটী বাছখনৰ নম্বৰ AS 01 JC 5913বিগত প্ৰায় দুমাহ ধৰি সেই স্থানত সদায় ৰখা থৈছিল বাছখন

মহানগৰীত পুনৰ জঘন্য ঘটনা; দহ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ

মহানগৰীত পুনৰ জঘন্য ঘটনা; দহ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণ কাণ্ড ৷ সদ্য সমাপ্ত দুৰ্গা পূজাৰ আনন্দ উলাহৰ মাজতে দলবদ্ধ ধৰ্ষণৰ বলী এগৰাকী দহ বছৰীয়া কিশোৰী ৷ ইতিমধ্যে ধৰ্ষিতা কিশোৰী গৰাকীৰ পৰিয়ালে আৰক্ষী চকীত গোচৰ দিয়াৰ পাছতহে এই নিকৃষ্ট ঘটনা পোহৰলৈ আহে ৷ মহানগৰীৰ বিৰুবাৰীত সংঘটিত হোৱা জঘন্য কাণ্ড সন্দৰ্ভত ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে বিৰুবাৰী

বাংলাদেশৰ পৰা আহি ভাৰতীয় প্ৰেমিকৰে বিবাহপাশত আবদ্ধ হোৱা মহিলা গ্ৰেপ্তাৰ

বাংলাদেশৰ পৰা আহি ভাৰতীয় প্ৰেমিকৰে বিবাহপাশত আবদ্ধ হোৱা মহিলা গ্ৰেপ্তাৰ

ৰেমে নামানে কোনো সীমাৰ পৰিধি ৷ ভাৰতীয় প্ৰেমিকক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে বাংলাদেশৰ পৰা অহা বিবাহিতা মহিলা গ্ৰেপ্তাৰ ত্ৰিপুৰাত ৷ ADVERTISEMENTঅবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰা বাংলাদেশী মহিলা গৰাকীক বৃহস্পতিবাৰে চুবুৰীয়া ত্ৰিপুৰাৰ উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰা আৰক্ষীয়ে ৷ ধৰ্মনগৰ আৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ধৰ্মনগৰ মহকুমাৰ ফুলবাৰীৰ বাসিন্দা নুৰ জালাল