পাৰ্বত্য জিলা ডিমাহাচাওৰ সদৰ হাফলঙত আজি পুৱাতে উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত ডিমাহাচাওৰ বিদ্ৰোহী সংগঠন ডিএনএলএৰ প্ৰায় ১৮২ জন নেতা-কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰি মুল সূতিলৈ উভতি আহে ৷ হাফলঙৰ জিলা ক্ৰীড়া সংস্থা খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অস্ত্ৰ সম্বৰণ
Year: 2023
এজনৰ নাম অবিনাশ কলিতা। আনহাতে অন্য জনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই। শিবিৰ এৰি পলায়ন কৰাৰ বাবে মৃত্যুদণ্ড দিয়া হৈছে বুলি জানিব পৰা গৈছে।
লক্ষ্মী পূৰ্ণিমাৰ দিনাই বছৰৰ অন্তিমটো আংশিক চন্দ্ৰগ্ৰহণ 🔷সুদীৰ্ঘ ৩০ বছৰৰ মূৰত লক্ষ্মী পূৰ্ণিমাৰ দিনা আংশিক চন্দ্ৰগ্ৰহণ 🔷 নিশা ১.০৫ বজাত আৰম্ভ হ’ব আংশিক চন্দ্ৰগ্ৰহণ 🔷 আংশিক চন্দ্ৰগ্ৰহণৰ পৰিসমাপ্তি ঘটিব নিশা ২.২৪ বজাত 🔷 অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থানত পৰিলক্ষিত হ’ব আংশিক চন্দ্ৰগ্ৰহণৰ দৃশ্য
*লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদ পাবলৈ লক্ষ্মী পূজাত কি কৰিব? চিন্তা নকৰিব, আছে উপায়। এইকেইটা কাম কৰিলে মা লক্ষ্মী গোটেই বছৰটো আপোনাৰ ঘৰতে থাকিব। আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব। কেনেকৈ, বিশিষ্ট পণ্ডিত ধীমান বেনাৰ্জীয়ে ক’লে এইদৰে। প্রতীকী ছবি। *উপায় জনাৰ আগতে জানিব লাগিব, লক্ষ্মী শব্দৰ অৰ্থ কি? শাৰদ পূৰ্ণিমাত
গুজৰাটৰ নৰোদাত পোহৰলৈ আহিছে এক আচৰিত ঘটনা। এজন ৩১ বছৰীয়া যুৱকক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা অনুসৰি, যুৱকজনে নৰোদা অঞ্চলত এগৰাকী মহিলাক দেখি মহিলাগৰাকীৰ পিছে পিছে গৈ হোটেলত প্ৰৱেশ কৰে। TOIৰ তথ্য অনুসৰি পাইপৰ সহায়ত হোটেলৰ চতুৰ্থ মহলাত থকা মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰে লোকজনে। তাৰপিছত খিৰিকীৰে মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ