Year: 2023

ডেটিং এপত চিনাকী তাৰ পিছত হাই হেল্লো আৰু আৰু তাৰ পিছত..

ডেটিং এপত চিনাকী তাৰ পিছত হাই হেল্লো আৰু আৰু তাৰ পিছত..

প্ৰথমে ডেটিং এপত চিনাকী তাৰ পিছত হাই হেল্লো । ক্ৰমানে শাৰীৰিক সম্পৰ্ক স্থাপন । আৰু তাৰ পিছত ….. আহিছো আঁচল ঘটনালৈ । চাৰিজন নাবালাক, পঢ়াৰ বয়সত দেখিছে ধন ঘটনাৰ সপোনা । লাগে কম সময়ত গাড়ী ,আই ফোন । কিন্তু কম সময়ত ক’ত উপাৰ্জন কৰে ইমান টকা । কম সময়ত ধন

গুৱাহাটীৰ ১০টাকৈ স্থানত হ’ব উন্নত মানৰ EV চাৰ্জাৰৰ নেটৱৰ্ক..

গুৱাহাটীৰ ১০টাকৈ স্থানত হ’ব উন্নত মানৰ EV চাৰ্জাৰৰ নেটৱৰ্ক..

অসমবাসীৰ বাবে পথ-সুৰক্ষা সজাগতাৰ বাবে ম’বাইল এপ মুকলি কৰা হৈছে। মহানগৰীৰ খানাপাৰাস্থিত পৰিবহণ ভৱনত পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল‌বৈদ্যই ‘পথ সুৰক্ষা সহযোগী’ নামৰ এপটো মুকলি কৰে। নাগৰিকসকলে এই এপত পঞ্জীয়ন কৰিব পাৰিব আৰু পথ সুৰক্ষা সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। এই অনুষ্ঠানতেই TATA POWERৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

আজি শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিন, দেৱী শৈলপুত্ৰীক কৰক উপাসনা…

আজি শাৰদীয় নৱৰাত্ৰিৰ প্ৰথম দিন, দেৱী শৈলপুত্ৰীক কৰক উপাসনা…

নৱৰাত্ৰি প্ৰথম দিনা কলহ স্থাপনৰ বিশেষ গুৰুত্ব আছে। কলহ স্থাপন নকৰাকৈ নৱৰাত্ৰিৰ পূজা সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। সেয়ে নৱৰাত্ৰি কলহ স্থাপনৰ সৈতে আৰম্ভ হয়। শাৰদীয় নৱৰাত্ৰি ১৫ অক্টোবৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে। এই বৰ্ষত অষ্টমী ২২ অক্টোবৰত আৰু নৱমী ২৩ অক্টোবৰত উদযাপন কৰা হ’ব। হিন্দু ধৰ্মত নৱৰাত্ৰিৰ এই

লখিমপুৰৰ ডানিয়াৰ শিৰত মিচ ফ্লায়িং ফেমিনা খিতাপ..

লখিমপুৰৰ ডানিয়াৰ শিৰত মিচ ফ্লায়িং ফেমিনা খিতাপ..

লখিমপুৰৰ ডানিয়াই লাভ কৰিছে ফ্লায়িং ফেমিনা খিতাপ । ফ্লায়িং ফেমিনা এজেন্সিয়ে ৰাষ্ট্ৰীয় ভিত্তিত অলপতে দিল্লীত আয়োজন কৰা এই সৌন্দর্য প্ৰতিযোগিতাত লখিমপুৰৰ ডানিয়াই দেশৰ ১৯ খন ৰাজ্যৰ প্ৰতিযোগীক চেৰ পেলাই মিচ ফ্লায়িং ফেমিনা খিতাপ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বেও ডানিয়াই বহু প্ৰতিযোগিতাত অংশ গ্রহণ কৰি মিচ নৰ্থ ইষ্ট ব্ৰেণ্ড

ন্যায্য প্ৰাপ্তিৰ দাবীত ১৯ নৱেম্বৰত আছাৰ বিশাল গণ সমাৱেশ

ন্যায্য প্ৰাপ্তিৰ দাবীত ১৯ নৱেম্বৰত আছাৰ বিশাল গণ সমাৱেশ

‘‘কেৱল বাগান অঞ্চলত চিচি ব্লক ৰাস্তা বনোৱাটোৱে জাতিৰ উন্নয়ন হোৱা নবুজায় ৷ পৰিৱৰ্তনৰ শ্ল’গান দি শাসনত অহা প্ৰমোদ বড়োৰ চৰকাৰখনে জাতি জনগোষ্ঠীৰ উন্নয়নত ব্যৰ্থ ৷’’ এক সংবাদমেলত এই কথা সদৰী কৰে জিলা আছাৰ ছাত্ৰ সন্থাৰ সভাপতি বাবুল পাইকে ৷ উল্লেখ্যযোগ্য যে, আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা, বিটিআৰত অঞ্চলত আদিবাসী ৰাইজৰ ভূমিৰ