ছিকিমৰ গেংটকত ৮ জন যুৱকৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন হৈ আছে ৰে’লৱে বিভাগত সহকাৰী লোক পাইলট হিচাপে কৰ্মৰত অসমৰ যুৱক হীৰেন দেউৰী । ছিকিমত যোৱা ৩ অক্টোবৰত সংঘটিত ডাৱৰ বিস্ফোৰণ হোৱাৰ পিচৰে পৰা সন্ধানহীন হৈছে অসমৰ ২৯ বছৰীয়া যুৱকজন । নুনমাটিৰ শংকৰনগৰ নিবাসী যুৱকজনে যোৱা ৩০ ছেপ্টেম্বৰত জলপাইগুৰিৰ পৰা ৰে’ল
Year: 2023
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাইজৰ বাবে মুকলি কৰা ৪খন আঁচনি সমাপ্ত হ’বলৈ মাজত মাত্র ৯টা দিন বাকী৷ অহা ১৫ অক্টোবৰ ডেডলাইন হিচাপে লৈ মহানগৰীৰ বিভিন্ন প্রান্তত ব্যাপক সজাগতামূলক অনুষ্ঠান অব্যাহত ৰাখিছে কামৰূপ জিলাৰ পৰিবহণ বিভাগে৷ যিসকল লোকে এইপর্যন্ত কাগজৰ ড্ৰাইভিং লাইচেন্স আৰু আৰ চি ডিজিটেল কৰা নাই, তেওঁলোকৰ হাতত
ৰাজ্যত পুনৰ সংঘটিত হৈছে শিক্ষকৰ প্ৰহাৰত ছাত্ৰ আহত হোৱাৰ ঘটনা । শৰীৰৰ গোপন অংগত আঘাত কৰাত মৰণ কাতৰ চিঞৰ এগৰাকী কণমানি ছাত্ৰৰ । ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । মৰণকাতৰ যন্ত্রণাত চিঞৰি আছে সপ্তম শ্রেণীৰ ছাত্ৰ ছাত্ৰজন । পৰিয়ালৰ অভিযোগ অনুসৰি ৰঙিয়া হাই মাদ্ৰাছাৰ ছাত্ৰজনক বিদ্যালয়খনৰে শিক্ষক দিলোৱাৰ হুছেইনে
দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱৰ মৰিকলং সেউজ নগৰত উত্তেজনা। এগৰাকী মহিলাই ভাড়াঘৰত চলাই আছিল অনৈতিক কাৰ্যকলাপ চলোৱাৰ অভিযোগ। দুই যুৱতীসহ ২ যুৱকক আটক কৰে আৰক্ষীয়ে।
হঠাৎ নিৰুদ্দেশ হৈ পৰা মৌচুমী গগৈ প্ৰকৃততে গ’ল ক’লৈ? পত্নীক বিচাৰি এতিয়া হাহাকাৰ স্বামীৰ