Year: 2023

৯ অক্টোবৰলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰৱল বৰষুণ

৯ অক্টোবৰলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰৱল বৰষুণ

আগন্তুক ৩ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত প্ৰকাশ কৰিছে আগন্তুক ৯ অক্টোবৰলৈ বতৰৰ আগজাননী। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি ৯ অক্টোবৰলৈ ৰাজ্যত প্ৰৱল বৰষুণ লগতে ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কেইবাখনো জিলাত আজিৰ দিনটোত বৰষুণ অব্যাহত

স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু!

স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু!

🔴শোকাৱহ ঘটনাঃ স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু🔴বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত এই ঘটনা🔴পত্নী বিনীতা তাঁতীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ প্ৰতিদিনে স্বামী বাবুল নাহকে সংযোগ কৰে বিদ্যুৎ🔴কেমেৰাৰ সন্মুখত স্বামীৰ স্বীকাৰোক্তি🔴বিছনাৰ কাষতে সংযোগ কৰি থৈ যায় বিদ্যুৎ🔴ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আটক কৰিছে বাবুল নাহকক

ছিকিমৰ লাচুঙত সন্ধানহীন গহপুৰৰ হীৰেন দেউৰী

ছিকিমৰ লাচুঙত সন্ধানহীন গহপুৰৰ হীৰেন দেউৰী

🔴ছিকিমৰ লাচুঙত সন্ধানহীন গহপুৰৰ হীৰেন দেউৰী🔴২ অক্টোবৰত গেংটকৰ পৰা লাচুঙলৈ গৈছিল যুৱকজন🔴যুৱকজনৰ সন্ধান পালে 9854445580 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ

নতুনকৈ ক্ৰয় কৰা বাহনত বন্ধুসহ প্ৰাণ হেৰুৱালে যুৱ ব্যৱসায়ীয়ে…

নতুনকৈ ক্ৰয় কৰা বাহনত বন্ধুসহ প্ৰাণ হেৰুৱালে যুৱ ব্যৱসায়ীয়ে…

🔴নতুনকৈ ক্ৰয় কৰা বাহনত বন্ধুসহ প্ৰাণ হেৰুৱালে যুৱ ব্যৱসায়ীয়ে🔴বৰপেটাৰােডৰ শিমলাগুৰিত এই ভয়ংকৰ দুৰ্ঘটনা🔴জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ যুৱ ব্যবসায়ীজনে বুধবাৰে এখন অল্ট’ কে টেন বাহন ক্ৰয় কৰিছিল। সিদিনাই নিশা বাহন ক্ৰয়ৰ আনন্দত নির্মলে আন চাৰিজন বন্ধুৰ সৈতে হাউলীলৈ ফুৰিবলৈ গৈছিল।🔴নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত নিশা প্রায়

২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ পুনৰীক্ষণৰ বাবে বৈঠক অনুষ্ঠিত

২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ পুনৰীক্ষণৰ বাবে বৈঠক অনুষ্ঠিত

নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত বুধবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত ২০২২-২৩ বৰ্ষৰ বাবে চাহ বাগিচাৰ শ্ৰমিকক বোনাছ প্ৰদান কৰাৰ বিষয়টো পুনৰীক্ষণৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। সভাখন মুকলি কৰি অতিৰিক্ত জিলা আয়ুক্ত লক্ষ্যজ্যোতি দাসে আগন্তুক দুৰ্গা পূজা আৰু উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ অন্তৰ্গত চাহ