পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূৰ্ণ৷ সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব৷ আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ সেয়ে আয়ৰনৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ খাদ্য খাব পাৰে– পালেং শাকঃ প্ৰ’টিন ভিটামিন-এ, ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট উপাদানযুক্ত পালেং শাকত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে৷ এশ গ্ৰাম পালেং
Year: 2023
পিষ্টল টোঁৱাই নিজ কন্যাক ধৰ্ষণ লম্পট পিতৃৰ! ‘মই পাপাৰ শাস্তি হোৱাতো বিচাৰো’, কন্যাই দিলে শিহৰণকাৰী বৰ্ণনা…
যিকোনো অংশতে মুখৰ কৰ্কট ৰোগ হ’ব পাৰে। যেনে ওঁঠ, আঁলু, জিভা, গালৰ ভিতৰৰ তৰপ বা জিভাৰ তলত। ভাৰতত দেখা দিয়া অন্যতম সাধাৰণ কৰ্কট ৰোগ হৈছে মুখৰ কৰ্কট ৰোগ। ২০২০ চনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি ধঁপাত সেৱন মুখৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ হৈ আহিছে। গুটখা, জৰ্দা, খাইনী, চিগাৰেট, বীড়ি আদি
শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত নামঘৰ পৰিচালনাক লৈ দীৰ্ঘদিনে চলি থকা আইনী যুদ্ধৰ মাজতে বৃহস্পতিবাৰে ঘিলাধাৰী আৰক্ষী থানাত হ’বলগীয়া নামঘৰৰ শুনানিৰ পূৰ্বে কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠকক নামঘৰৰ খেলৰ ৰণ্টু শইকীয়া নামৰ যুৱকজনে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ ঘিলাধাৰী আৰক্ষী থানাত বৃহস্পতিবাৰে নামঘৰৰ শুনানি
২৪ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হ’ব বলীউদৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টীৰ নেতা তথা সাংসদ ৰাঘৱ চাড্ডা মাজত আৰু মাত্ৰ দুটা দিন। ইতিমধ্যে সজাই তোলা হৈছে পৰিণীতিৰ মুম্বাইৰ বাসভৱন। বিগত ১৩ মে’ত নতুন দিল্লীৰ কপুৰথলা হাউছত ৰাঘৱ চাড্ডাৰ সৈতে বিগদান সম্পন্ন হৈছিল পৰিণীতিৰ। এইবাৰ বিয়া। ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত