তিনিচুকীয়াৰ কেইবাটাও স্থানত নিশা আৰক্ষীৰ অভিযান। আৰক্ষীৰ জালত ৪ টাকৈ দুৰ্ধৰ্ষ ডকাইত। বুধবাৰে পেঙেৰীত ডকাইতি কৰিছিল দলটোৱে। ছজনীয়া দলটোৰ ৪জনক আটক আৰক্ষীৰ। আটক বিজুল মৰাণ, ৰত্নেশ্বৰ বৰুৱা, সন্তোষ লামা। এটা হস্তনিৰ্মিত বন্দুক, এখন দা আৰু নগদ ধনো জব্দ। ডকাইতৰ দলটোৰ পৰা বহু আপত্তিজনক সামগ্ৰীও জব্দ আৰক্ষীৰ। পলাতক ২ ডকাইতৰ সন্ধানত
Year: 2023
নগাঁৱৰ কচুৱাত গ্ৰেপ্তাৰ চিকিৎসক। মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জুকুটা স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া প্ৰশান্ত দাসক । ৰহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক প্ৰশান্ত দাসক। কচুৱা থানাত চিকিৎসকজনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত কচুৱা আৰক্ষীয়ে জিম্মাত লয় চিকিৎসকগৰাকীক।
🔴দুই পিতৃহাৰা ভগ্নীক যৌন নিৰ্যাতন টিউচন শিক্ষক আব্দুল ছাত্তাৰৰ🔴মাতৃৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ লম্পট শিক্ষকগৰাকীক
নিউজ ব্যুৰ’,নগাঁও,২১ছেপ্টেম্বৰ:–অসমৰ এগৰাকী খ্যাতিমান শিল্পী ভাস্কৰ বীৰেণ সিংহলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। বিগত ২০১৭ চনৰ পৰা ঊনবিংশ শতিকাত অসমীয়া ভাষা উদ্ধাৰৰ প্ৰধান নায়ক, আধুনিকতাৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰদান কৰি আহিছে নগাঁৱৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে । বিগত বৰ্ষবোৰত বিশিষ্ট বিজ্ঞানী
নিউজ ব্যুৰ’,নগাঁও,২১ছেপ্টেম্বৰ:—দেশ বিৰোধী কাৰ্য কলাপত জড়িত অভিযোগত নগাঁও জিলাৰ জাজৰিৰ গেন্ধুৱা পথাৰ গাঁৱৰ এজন যুৱকক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা যুৱকজনক বটদ্ৰৱা সমষ্টিৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গেন্ধুৱা পথাৰৰ ইকবাল হুছেইন ।ওড়িশাৰ চিআইডিৰ এটা দল আৰু জাজৰি আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ইকবাল হুছেইন নামৰ যুৱকজন। আৰক্ষীৰ সূত্ৰৰ