Year: 2023

গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা…

গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা…

👍গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা 👍আজি ২৮ আগষ্ট আৰু এই ২৮ আগষ্ট তাৰিখে আক্ৰাছুৱে পালন কৰি আহিছে প্ৰতাৰণা দিৱস অৰ্থাৎ কলা দিন । 👍প্ৰতাৰণা দিৱসত কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৱে গোসাইগাওঁৰ নেপালপাৰা চিলাৰায় ভৱনৰ কাৰ্যালয়ৰ বাখাৰাত উত্তোলন কৰে কলা পতাকা । 👍এইবছৰো আক্ৰাছুৱে গোসাইগাওঁৰ বিভিন্ন অঞ্চলত কলা

অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বনকৰা মহিলাৰ শৰীৰত ঢালিছিল উতলা গৰম পানী; লঘু ধাৰাত গোচৰ পঞ্জীয়ন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বনকৰা মহিলাৰ শৰীৰত ঢালিছিল উতলা গৰম পানী; লঘু ধাৰাত গোচৰ পঞ্জীয়ন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বনকৰা মহিলাৰ শৰীৰত ঢালিছিল উতলা গৰম পানী; লঘু ধাৰাত গোচৰ পঞ্জীয়ন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত নকৰিলে জিলা বন্ধ – থানা ঘেৰাওৰ হুংকাৰ মানৰ দিনৰ সকলো বৰ্বৰতাক চেৰাই এগৰাকী আদিবাসী বনকৰা মহিলাৰ ওপৰত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী

ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰিব মহিলা ৰবট ‘ব্যোমামিত্ৰ’ ক

ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰিব মহিলা ৰবট ‘ব্যোমামিত্ৰ’ ক

চন্দ্ৰজয়ৰ ঐতিহাসিক সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা এইবাৰ সাজু হৈছে আন এক ইতিহাস ৰচনাৰ বাবে। ISROৰ মুখ্য কাৰ্যালয়ত সাজু কৰা হৈছে মহিলা ৰবট ব্যোমামিত্ৰ। এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে। পৰৱৰ্তী সময়ত ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰিব মহাকাশচাৰী।

আৰক্ষীৰ গৃহতে নিৰ্যাতিত হ’ল বনকৰা মহিলা!

আৰক্ষীৰ গৃহতে নিৰ্যাতিত হ’ল বনকৰা মহিলা!

নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ কাণ্ডত স্তম্ভিত সকলো। বনকৰা মহিলাৰ গাত উতলা গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন চলাইছিল বিষয়াগৰাকীয়ে। এই ঘটনাৰ সন্দৰ্ভত অৱশেষত নাজিৰা আদৰ্শ আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে। নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীৰ নাম লখিমপুৰৰ অনিমা প্ৰজা। শৰীৰৰ বিভিন্ন অংশত স্পষ্ট আঘাতৰ চিন আছে

চন্দ্ৰৰ পিছত সূৰ্যলৈ…২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ’ব সূৰ্যযান ‘আদিত্য L-1’

চন্দ্ৰৰ পিছত সূৰ্যলৈ…২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হ’ব সূৰ্যযান ‘আদিত্য L-1’

এইবাৰ সূৰ্যৰ অধ্যয়নৰ বাবে সাজু হৈছে । সম্ভৱতঃ ২ ছেপ্টেম্বৰৰ পৰা ইছৰোৰ সূৰ্য অধ্যয়ন আৰম্ভ হ’ব । সূৰ্য অধ্যয়ন কৰিব ইছৰোৰ আদিত্য-এল ১ মহাকাশযানে । আদিত্য-এল ১ মহাকাশযান বিশেষভাৱে নিৰ্মাণ কৰা হৈছে যিয়ে ১.৫ মিলিয়ন দূৰৈত থকা সূৰ্যত ছোলাৰ কৰোনো আৰু ইন ছিটু পৰীক্ষা কৰিবলৈ সক্ষম হ’ব ।বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ