Allu Arjun and his Pushpa magic have once again become the talk of the town. On Thursday, the Telugu star won the Best Actor award at the 69th National Awards for his performance in ‘Pushpa: The Rise’. ‘Pushpa’ was released in theatres in December 2021. The film not only showcased
Year: 2023
ৰাতাবাৰী থানাৰ অন্তৰ্গত আনিপুৰ এলেকাৰ পৰা অভিযান চলাই ৪২৮ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে ২৯ নং অসম ৰাইফলছে। অসম ৰাইফলছৰ চোৰাংচোৱা বিভাগে ৰাতাবাৰী এলেকাৰ আনিপুৰত নিষিদ্ধ হেৰ’ইনৰ বেপাৰ চলি থকা বুলি খবৰ লাভ কৰে। সেই খবৰৰ ভিত্তিত অসম ৰাইফলছে ৰাতাবাৰী আৰক্ষীক লগতে লৈ অভিযান চলাই জানা কুমাৰ সিংহা (৪৭)
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৭ ছেপ্টেম্বৰত ভাৰত ভ্ৰমণ কৰিব৷ তেওঁ ৮-১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ৰ শিখৰ সন্মিলনত ভাগ ল’ব৷ হোৱাইট হাউছৰ দ্বাৰা মঙলবাৰে এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হয়৷ জি-২০ৰ শিখৰ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে স্বচ্ছ শক্তি পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তন, ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ আৰু বিশ্ববেংকৰ লগতে
যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগত ধমধমাৰ এজন যুৱক গ্ৰেপ্তাৰ হবলগীয়া হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগত কালি ধমধমাৰ প্ৰাক্তন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা অপুমনি ডেকাক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে৷ অপুমনি ডেকাৰ বিৰুদ্ধে অভিযোগ আনিছে অঞ্চলটোৰ এগৰাকী যুৱতীয়ে৷ একেলগে অধ্যয়ন কৰা অঞ্চলটোৰ এগৰাকী যুৱতীৰ সৈতে অপুমনিয়ে বজাই ৰাখিছিল
New Delhi witnessed the revival of Naga peace negotiations on August 23, as the Government of India (GoI) and the National Socialist Council of Nagaland (IM) embarked on discussions. At the heart of these talks lay the complex matter of the Naga flag, a subject of paramount significance. Sources