Year: 2023

হদহদী জলপ্ৰপাতত সন্ধানহীন ৩ যুৱকৰ মৃতদেহ উদ্ধাৰ

হদহদী জলপ্ৰপাতত সন্ধানহীন ৩ যুৱকৰ মৃতদেহ উদ্ধাৰ

🔴হদহদী জলপ্ৰপাতত সন্ধানহীন ৩ যুৱকৰ মৃতদেহ উদ্ধাৰ 🔴আৰক্ষী আৰু SDRF বাহিনীৰ ৩ ঘণ্টাযোৰা অভিযানৰ অন্তত উদ্ধাৰ মৃতদেহকেইটা 🔴সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতে সন্ধানহীন হৈছিল নগাঁৱৰ নীতিন ৰজক, দিনেশ শ্বাহ আৰু ছাদ্দাম নামৰ যুৱককেইজন

অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক বিদেশ ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ

অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক বিদেশ ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ

অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক বিদেশ ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ আদালতৰ পূৰ্ব অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰিব পাৰিব অভিনেত্ৰীগৰাকীয়ে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটিৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত আদালতে অনুমতি অবিহনে বিদেশ ভ্ৰমণ বাধা প্ৰদান কৰিছিল অভিনেত্ৰীগৰাকীক

নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰী (NMML)ৰ নাম সলনি

নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰী (NMML)ৰ নাম সলনি

নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰী (NMML)ৰ নাম সলনি এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী সংগ্ৰহালয় (PMML) নামেৰে পৰিচিত হ’ব NMML ১৪ আগষ্টৰ পৰা কাৰ্যকৰী হয় এই নতুন নাম

শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলী

শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলী

শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলী গুলীবিদ্ধ আলফা (স্বাঃ)ৰ লিংকমেন ৰাজু আহমেদ বাঁও ভৰিৰ আঁঠুৰ তলত গুলী লাগিছে ৰাজু আহমেদৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলী ১২ আগষ্টত আৰক্ষীয়ে আটক কৰিছিল ৰাজু আহমেদক

আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ Body mass indexপৰীক্ষা

আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ Body mass indexপৰীক্ষা

আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ Body mass index (BMI) পৰীক্ষা জিলা সদৰসমূহত অনুষ্ঠিত হ’ব BMI পৰীক্ষা শৰীৰৰ মেদ কমাবলৈ ৩ মাহ ধৰি আৰক্ষীসকলে কৰা প্ৰচেষ্টাৰ অন্তত আজিৰে পৰা হ’ব BMI পৰীক্ষা BMI পৰীক্ষাত সফল নোহোৱা আৰক্ষীয়ে ল’ব লাগিব স্বেচ্ছামূলক অৱসৰ