Year: 2023

শিৱসাগৰত এদিনৰ বাবে উপায়ুক্তৰ আসনত বহিল এজন ছাত্ৰ

শিৱসাগৰত এদিনৰ বাবে উপায়ুক্তৰ আসনত বহিল এজন ছাত্ৰ

শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড়। এই অতি সাধাৰণ ছাত্ৰ গৰাকীয়েই আজি এদিনৰ বাবে বহিল শিৱসাগৰ জিলাৰ অতি সন্মানীয় তথা জিলাখনৰ মুৰব্বী উপায়ুক্তৰ আসনত। অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত ছাত্ৰ গৰাকীক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ছাত্ৰ- ছাত্ৰী

সাবধান! গুৱাহাটীৰ যুৱতীৰ কৃত্ৰিম যৌন প্ৰতিচ্ছবি Onlineত বিক্ৰী

সাবধান! গুৱাহাটীৰ যুৱতীৰ কৃত্ৰিম যৌন প্ৰতিচ্ছবি Onlineত বিক্ৰী

শেহতীয়া এক ঘটনাত গুৱাহাটীৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত সম্পাদনা তথা মিছা ছবিৰ অবাধ বিতৰণ আৰু বিক্ৰী সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ফটো আৰু ভিডিঅ’ সম্পাদনা কৰি সেইবোৰক স্পষ্ট যেন দেখুৱাই ধন দাবী কৰাৰ এক অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। ব্যক্তিগত ফটো আৰু ডিপফেক ছবি বিক্ৰী কৰিবলৈ চেষ্টা কৰাৰো

মঙলদৈত মুকলিকৈ গুলী ফুটাই বন্দুক চালনাৰ প্ৰশিক্ষণ দিছে বজৰং দলে

মঙলদৈত মুকলিকৈ গুলী ফুটাই বন্দুক চালনাৰ প্ৰশিক্ষণ দিছে বজৰং দলে

ৰাজ্যত আইনৰ শাসনক নস্যাৎ কৰি বজৰং দলৰ নেতৃত্বত মুকলিভাৱে চলিছে অস্ত্র চালনাৰ প্রশিক্ষণ। মঙলদৈত দলটোৱে অনুষ্ঠিত কৰা চাৰিদিনীয়া প্রাদেশিক প্রশিক্ষণ শিবিৰৰ নামত সদস্যসকলক মুকলিভাৱে গুলীচালনা কৰিবলৈ দিয়া কাৰ্যই অঞ্চলটোৰ লগতে ৰাজ্যখনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল সেয়াই নহয়, শিবিৰত অংশগ্ৰহণ কৰি বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙে দিয়া উত্তেজনাপূর্ণ সাম্প্ৰদায়িক

আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; গুটিধনক আটক

আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; গুটিধনক আটক

বাইহাটা চাৰিআলিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷ অভিযানত আলিপূব গাঁৱৰ ধন শইকীয়া ওৰফে গুটিধনক আটক আৰক্ষীৰ৷ গুটিধনৰ পৰা ২৬ টা কণ্টেইনাৰসহ ৩৫ গ্ৰাম ড্ৰাগছ, নগদ ২২,৪৫০ টকা জব্দ৷ পূৰ্বেও বহুবাৰ ড্ৰাগছৰ বেহাত জড়িতৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছিল ধন শইকীয়া৷