বুধ আৰু সূৰ্যই জুলাইত ৰাশি সলনি কৰি আছে। কৰ্কট ৰাশিত, বুধ আৰু সূৰ্যৰ মিলনৰ দ্বাৰা বিপৰীত ৰাজযোগ গঠন হ’ব। এই যোগে ৪ টা ৰাশিৰ ভাগ্য সলনি কৰিব। ইয়াৰ ফলত কি কি ৰাশিৰ লোকসকল ভাগ্যৱান হ’ব জানো আহক- মেষ ৰাশি – মেষ ৰাশিৰ ভাগ্যৰ চকা বিপৰীত ৰাজযোগৰ সৈতে ঘূৰিব। বৃহৎ পৰিমাণৰ
Year: 2023
চৰকাৰী নিৰ্দেশনা মতে ২০২১/২২চনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্পূৰ্ণ হোৱা গৃহ সমূহত চৰকাৰী ভাৱে গৃহ প্ৰৱেশ কাৰ্য্যসূচী সমগ্ৰ অসমতে আজিৰ তাৰিখ ৰূপায়ণ কৰা হয় ৷ সমগ্ৰ ৰাজ্যৰ লগতে বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰতোৱা গাও পঞ্চায়ত এই কাৰ্য্যসূচী পালন কৰা হয় ৷ সেই মৰ্মে্ বিশ্বনাথ জিলাৰ পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া দিগন্ত কুমাৰ
যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব,এটা বাসগৃহ ভাঙি ক্ষতি সাধন ।যোৱা ৰাতি বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব এজন লোকৰ বাসগৃহ ভাঙি ক্ষতি সাধন। তথ্য মতে যোৱা ৰাতি 2বজাত মান বজাত কাজিৰঙা ষষ্ট সংযোজনাৰ পৰা উলাই অহা25/30জনীয়া হাতীৰ জাকে লক্ষমণ সোনাৰী নামৰ লোক জনৰ পাকঘৰ, লেটান ঘৰ ,এখন চাইকেল ভাঙি তহিলং কৰে
নেপালী ভাষাৰ আদিকবি ভানুভক্ত আচাৰ্যৰ ২০৯তম জম্ম জয়ন্তী আজি বুৰৈঘাটৰ মনোকামনা দুৰ্গা মন্দিৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’য়। হাম্ৰো চিনাৰী বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ভানু জয়ন্তীৰ পুৱা পতাকা উত্তোলন কৰে হাম্ৰো চিনাৰী বিশ্বনাথ জিলা সমিতিৰ সভাপতি দেৱৰাজ চেত্ৰীয়ে। বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী জানুকা প্ৰধানে।দুৰ্গা মন্দিৰ
ৰাজ্যবাসী লৈ সুখবৰ । পঞ্চম জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিংত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে অসম সন্তানে। উল্লেখ্য যে, যোৱা ৯ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত পঞ্চম জুনিয়ৰ বয়জ ৰাষ্ট্ৰীয় বক্সিং ২০২৩ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি যোৰহাট এমেছাৰ বক্সিং সন্থাৰ খেলুৱৈ অবিনাশ দাসে লাভ কৰিছে ব্ৰঞ্জৰ পদক। খেলুৱৈগৰাকীৰ এই সফলতাই সকলোকে